আচলতে ধৰ্মৰ নামত এয়া কি চলিছে৷৷ দেৱতাৰ মানস পুত্ৰৰ ৰূপত দেখা কিছুমান লোকৰ অসৌজন্য মূলক আচৰণে ৰাইজক স্তমভিত কৰি তুলিছে৷ভিডিঅ টোত ভগবানলৈ আগবঢ়োৱা এখন শৰাই কেনেদৰে ভৰিৰে গচকি অসৌজন্য মূলক আচৰণ কৰিছে৷যিটো দেখিলে সকলো ধাৰ্মিক লোকৰে চকু কপালত উঠিব৷এয়া জানো ধৰ্মৰ নামত কৰাটো উচিত৷তাকেলৈ ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে৷সামাজিক মাধ্যমত ব্যপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন ৰাইজে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ब्लॉक गुनौर कांग्रेस पार्टी की कार्यकर्ताओं की बैठक ओम पैलेस में संपन्न
गुनौर : कांग्रेस पार्टी विधानसभा गुनौर के ब्लॉक अध्यक्ष अरुण गौतम के नेतृत्व में कांग्रेस पार्टी...
Israel Hamas War: Rafah Crossing क्या है जहां Palestinians की भीड़ जुट रही है? (BBC Hindi)
Israel Hamas War: Rafah Crossing क्या है जहां Palestinians की भीड़ जुट रही है? (BBC Hindi)