বিলাসীপাৰা মহাবিদ্যালয়ত মহকুমা প্ৰশাসনৰ উদ্যোগত 75 তম স্বাধীনতা দিৱস উপলক্ষে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাত অনুষ্ঠিত হয়।

সমাগম 75 তম স্বাধীনতা দিৱস। স্বাধীনতা দিৱস উপলক্ষে বিলাসীপাৰা মহকুমা প্ৰশাসনৰ দ্বাৰা বিলাসীপাৰা মহাবিদ্যালয়ত 75 তম স্বাধীনতা দিৱস উদযাপন লগত সংগতি ৰাখি বিভিন্ন কলেজ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে আটানী ৰাজহ চক্ৰ বিষয়া ৰাবেয়া বেগমৰ লগতে স্কুল কলেজ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্থিত থাকে।