পদ্মশ্ৰী শিল্পী দুলাল মানকিৰ বিৰুদ্ধে সৰৱ আছা নেতা ৰিচা মুণ্ডা । গুৱাহাটীত অনুষ্ঠিত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাত দুলাল মানকিয়ে আদিবাসী জনগোষ্ঠী বিৰোধী আৰু আদিবাসী ভাষা বিৰোধী মন্তব্য দিয়াৰ বিৰুদ্ধে দেওবাৰে সন্ধিয়া 6 মান বজাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকশ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থা চমুকৈ 'আছা' কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰিচা মুণ্ডাই । আছা আৰু আটছাৰ মাজত ভাতৃঘাটি সংঘৰ্ষৰ সৃষ্টি কৰিব দুলাল মানকিয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા કાંટ રોડ પર સર્જાયો અકસ્માત
#buletinindia #gujarat #banaskantha
টীয়কৰ মুদৈজানত স্বাধীনতা দিৱস উদযাপন
টীয়কৰ মুদৈজানত স্বাধীনতা দিৱস উদযাপন #khabar24x7assam
ড্ৰাগছৰ বিৰুদ্ধে বিশাল ৰেলী ।। Drugs || Bibidh News || Jagun || Lekhapani
ড্ৰাগছৰ বিৰুদ্ধে বিশাল ৰেলী ।। Drugs || Bibidh News || Jagun || Lekhapani
Delhi CM Kejriwal ने 'Make India Number 1' कैंपेन लॉन्च, कही ये बात | #ArvindKejriwal
Delhi CM Kejriwal ने 'Make India Number 1' कैंपेन लॉन्च, कही ये बात | #ArvindKejriwal #Delhi
#Assam #Bongaigaon #भगवान_अग्रसेन_महाराज_जन्मजयंती
#Assam #Bongaigaon #भगवान_अग्रसेन_महाराज_जन्मजयंती