শনিবাৰে নিশা মৰাণ পৰিদৰ্শক ভৱনত উপস্থিত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ৷ মৰাণত উপস্থিত হয় আছাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেখেতে কয় যে উৰাং, মুণ্ডা, কল ভীল তাতী চৱৰ উড়িয়া কুৰ্মি সকল অসমত চাহ গছ আৱিষ্কাৰ নোহোৱাৰ আগতে বসবাস কৰিছিল গতিকে তেওঁলোক কেনেকুৱা চাহ জনগোষ্ঠী হব এই জাতি সকল আদিবাসী ৷ আটছা চাহ জনগোষ্ঠী তাত আমাৰ আপত্তি নাই ৷ কিন্তু আমাক কোনেও বলবস্তি চাহ জনগোষ্ঠী নসজাব ৷ মোক পহু খেদা দিবলৈ আটছাৰ সৎসাহস নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদীপ নাগে।
মৰাণত নিশা এক কাৰ্য্য সূচীত অংশ গ্ৰহন কৰি আছাৰ সভাপতি প্ৰদীপ নাগে তীব্ৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আটছাৰ বিৰুদ্ধে gym

