শনিবাৰে নিশা মৰাণ পৰিদৰ্শক ভৱনত উপস্থিত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ৷ মৰাণত উপস্থিত হয় আছাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেখেতে কয় যে উৰাং, মুণ্ডা, কল ভীল তাতী চৱৰ উড়িয়া কুৰ্মি সকল অসমত চাহ গছ আৱিষ্কাৰ নোহোৱাৰ আগতে বসবাস কৰিছিল গতিকে তেওঁলোক কেনেকুৱা চাহ জনগোষ্ঠী হব এই জাতি সকল আদিবাসী ৷ আটছা চাহ জনগোষ্ঠী তাত আমাৰ আপত্তি নাই ৷ কিন্তু আমাক কোনেও বলবস্তি চাহ জনগোষ্ঠী নসজাব ৷ মোক পহু খেদা দিবলৈ আটছাৰ সৎসাহস নাই বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদীপ নাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁও জিলা কৃষি বিভাগে বান দুৰ্গতক বিতৰণ কৰিলে কঠীয়া।
মৰিগাঁও জিলা কৃষি বিভাগে বান দুৰ্গতক বিতৰণ কৰিলে কঠীয়া।
'राजस्थान उपचुनाव प्रतिष्ठा का विषय नहीं', BJP प्रदेशाध्यक्ष बोले- हमने कांग्रेस का प्लान फेल किया
राजस्थान की 7 विधानसभा सीटों पर उपचुनाव के लिए वोटिंग (Rajasthan By Election Voting) हो रही है,...
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News
Dhoraji : આશા વર્કર બહેનોએ આપ્યું આવેદનપત્ર | Gstv Gujarati News
ગુજરાતમાં દારૂના દુષણ માટે સરકાર જ જવાબદાર છે, દારૂબંધીએ ભ્રષ્ટાચારનો ભોરીંગઃ શંકરસિંહ વાઘેલા
ગુજરાતમાં દારૂના દુષણ માટે સરકાર જ જવાબદાર છે, દારૂબંધીએ ભ્રષ્ટાચારનો ભોરીંગઃ શંકરસિંહ વાઘેલા