ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটৰ সভাপতি মনিকা দাস আৰু সম্পাদক মৃদুল হাজৰিকাই জানিব দিয়ে যে বৰ্ষ ২০২৩ত ৰহা মহাবিদ্যালয় ত নাক (NAAK)পৰিদৰ্শনৰ বাবে আহিব আৰু ৰহা মহাবিদ্যালয়ত প্ৰস্তুতি চলাই থকাৰ লগতে অহা ২৬ আগষ্ট ত বিয়লী ৩বজাত ৰহা মহাবিদ্যালয় ত প্ৰাক্তন শিক্ষাৰ্থী গোটৰ দ্বাৰা প্ৰাক্তন শিক্ষাৰ্থী সকলৰ জৰুৰী সভা ৰ আয়োজন কৰিছে।সেইয়ে সভাত সমুহ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ উপস্থিতিত থাকি দিহা পৰামৰ্শ আগবঢ়োৱাৰ কামনা কৰিছে ৰহা মহাবিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী গোটে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাজ্যত দূৰ্গা পূজা ৰ উখল- মাখল পৰিৱেশ বিপৰীতে মাজুলীত হৰি নামৰ গুঞ্জন :
ৰাজ্যত দূৰ্গা পূজা ৰ উখল- মাখল পৰিৱেশ ৰ বিপৰিতে মাজুলীত হৰি নামৰ গুঞ্জন : শ্ৰীৰাম ভকতিদুৱাৰ...
8 PLA insurgents held with arms and ammunition
SECURITY FORCES BUSTED PLA INSURGENTS MODULE IN MANIPUR
In a major blow to the...
Russia-Ukraine War: सेना में भर्ती से बचने के लिए देश छोड़ रहे हैं यूक्रेनी BBC Duniya with Vidit
Russia-Ukraine War: सेना में भर्ती से बचने के लिए देश छोड़ रहे हैं यूक्रेनी BBC Duniya with Vidit
Aprilia Tuareg 660 भारतीय बाजार में हो सकती है लॉन्च, कंपनी ने ऑफिशियल वेबसाइट पर किया लिस्ट
Tuareg 660 एक एडवेंचर टूरर है और ये काफी पॉपुलर बाइक है। हालांकि कंपनी ने इसकी लॉन्च टाइमलाइन अभी...
Breaking News: Bangladesh में चिन्मय प्रभु की गिरफ्तारी के बाद एक्शन, 30 गिरफ्तारियां | Aaj Tak
Breaking News: Bangladesh में चिन्मय प्रभु की गिरफ्तारी के बाद एक्शन, 30 गिरफ्तारियां | Aaj Tak