নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি গাওঁ নিবাসি তথা কোটালকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰি শিক্ষক প্ৰয়াত গিয়াচুদ্দিন আহমেদৰ পূৰ্ণ স্মৃতিত শনিবাৰে সন্ধিয়া সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰত নামকীৰ্তন কৰে৷উল্লেখ্য যে জন্মসূত্ৰে ইছলাম ধৰ্মী হলেও প্ৰয়াত আহমেদ আছিল হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ হোতা৷সকলো হিন্দুৰ ধৰ্মীয় অনুষ্ঠানতে সহযোগিতা আগবঢ়ো আহমেদৰ মৃত্যুৰ পিচতে সকলোৱে চকুপানী তুকিছিল৷অজস্ৰ হিন্দু লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন হৈছিল৷আনকি সকলো ধৰ্মীয় তথা সামাজিক অনুষ্ঠানে শেষ শ্ৰদ্ধা জনাইছিল৷উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত তেওঁ সান্ধ্যভ্ৰমণৰ পৰা ওভতাৰ পথত এখল ট্ৰেক্টৰে খুন্দিয়াই চিকিৎসাধীন কৰিছিল৷ইয়াৰ পিচত জি এম চি হস্পিতালত চিকিৎসাধীন অৱস্থাত যোৱা আঠ মেত পৰলোকপ্ৰাপ্তি ঘটে৷শনিবাৰে তেওঁৰ পৰিয়ালৰ উদ্যোগত স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকৰ সহযোগত উক্ত নামকীৰ্তনৰ আয়োজন কৰে৷সচাকৈয়ে সাম্প্ৰতিক সময়ৰ ই এক সমন্বয়ৰ বাৰ্তা৷নামকীৰ্তন অনুষ্ঠানত অঞ্চলৰ সকলো ধৰ্মৰ প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ মেৰাবিল চুটিয়াবষ্তিত অমৃত সৰোবৰৰ আঁচনিৰ শুভাৰম্ভ
আজি পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মেৰাবিল ভিচিডিচিৰ চুতিয়া বস্তি গাৱত অমৃত সৰোবৰ আঁচনিৰ...
भारतीय हॉकी टीम को मिलेगा गोल्ड मेडल? पाकिस्तान-कोरिया बाहर, चीन से खिताबी मुकाबला
एशियन चैंपियंस ट्रॉफी हॉकी 2024 के दूसरे सेमीफाइनल में टीम इंडिया ने कोरिया को हराकर फाइनल में...
સુરત WRMS ઉધના બ્રાન્ચ દ્વારા ક્રું લોબીમાં વિરોધ પ્રદર્શન | SatyaNirbhay News Channel
સુરત WRMS ઉધના બ્રાન્ચ દ્વારા ક્રું લોબીમાં વિરોધ પ્રદર્શન | SatyaNirbhay News Channel
মন্ত্ৰী পিযুষ হাজৰিকাক উভতি ধৰিলে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে
মন্ত্ৰী পিযুজ হাজৰিকাক উভতি ধৰিলে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰে