নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি গাওঁ নিবাসি তথা কোটালকুছি মজলীয়া বিদ্যালয়ৰ অৱসৰি শিক্ষক প্ৰয়াত গিয়াচুদ্দিন আহমেদৰ পূৰ্ণ স্মৃতিত শনিবাৰে সন্ধিয়া সানেকুছি বৰপুখুৰীপাৰ শ্ৰীমন্তশঙ্কৰদেৱ নামঘৰত নামকীৰ্তন কৰে৷উল্লেখ্য যে জন্মসূত্ৰে ইছলাম ধৰ্মী হলেও প্ৰয়াত আহমেদ আছিল হিন্দু আৰু মুছলমানৰ সমন্বয়ৰ হোতা৷সকলো হিন্দুৰ ধৰ্মীয় অনুষ্ঠানতে সহযোগিতা আগবঢ়ো আহমেদৰ মৃত্যুৰ পিচতে সকলোৱে চকুপানী তুকিছিল৷অজস্ৰ হিন্দু লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন হৈছিল৷আনকি সকলো ধৰ্মীয় তথা সামাজিক অনুষ্ঠানে শেষ শ্ৰদ্ধা জনাইছিল৷উল্লেখ্য যে যোৱা ৩০ এপ্ৰিলত তেওঁ সান্ধ্যভ্ৰমণৰ পৰা ওভতাৰ পথত এখল ট্ৰেক্টৰে খুন্দিয়াই চিকিৎসাধীন কৰিছিল৷ইয়াৰ পিচত জি এম চি হস্পিতালত চিকিৎসাধীন অৱস্থাত যোৱা আঠ মেত পৰলোকপ্ৰাপ্তি ঘটে৷শনিবাৰে তেওঁৰ পৰিয়ালৰ উদ্যোগত স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকৰ সহযোগত উক্ত নামকীৰ্তনৰ আয়োজন কৰে৷সচাকৈয়ে সাম্প্ৰতিক সময়ৰ ই এক সমন্বয়ৰ বাৰ্তা৷নামকীৰ্তন অনুষ্ঠানত অঞ্চলৰ সকলো ধৰ্মৰ প্ৰায় তিনি শতাধিক লোকে অংশগ্ৰহণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભરૂચ જિલ્લા જેલ ખાતે અક્ષરપુરુષોત્તમ સ્વામિનારાયણ સંસ્થા દ્વારા સત્સંગ સભાનું આયોજન| Bharuch News
ભરૂચ જિલ્લા જેલ ખાતે અક્ષરપુરુષોત્તમ સ્વામિનારાયણ સંસ્થા દ્વારા સત્સંગ સભાનું આયોજન| Bharuch News
अक्टूबर में भी सामान्य से ज्यादा बारिश का अनुमान:तापमान भी औसत से ज्यादा रहने की संभावना
राजस्थान में मानसून सीजन खत्म होने के साथ ही मौसम में बदलाव शुरू हो गया। बारिश का दौर थम गया है।...
ગઢકા ગામે સરકારી માધ્યમિક શાળામાં પોકસો કાયદા અંગે જાગૃતિ શિબિર નું આયોજન કરવામાં આવ્યું
ગઢકા ગામે સરકારી માધ્યમિક શાળામાં પોકસો કાયદા અંગે જાગૃતિ શિબિર નું આયોજન કરવામાં આવ્યું
সোণাৰিত বনৰীয়া হাতীয়ে নষ্ট কৰিলে খেতিপথাৰ
সোণাৰিত বনৰীয়া হাতীয়ে নষ্ট কৰিলে খেতিপথাৰ।
বন্য হস্তীয়ে ধ্বংস কৰিলে কৃষকৰ সপোন। বন্য হস্তীয়ে...