#মঙলদৈ হাইদৰ আলীৰ এখন জীয়া ছবি। নাই চৰকাৰী আৱাস গৃহ।মঙলদৈৰ এটি পৰিয়ালৰ এখন জীয়া ছবি। মঙলদৈ নিকটৱৰ্তী জনাৰাম চৌকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এইখন পূব ন - হাউলি গাওঁ। আৰু পূব ন - হাউলি গাঁৱৰ হাইদৰ আলীৰ এক জিয়া ছবি। হাইদৰ আলীৰ জুপুৰিটো দেখিলে হয়তো আপোনাৰো বেয়া লাগিব। চাতি মেৰামতিৰ কাম কৰি খোৱা হাইদৰ আলীৰ নাই চৰকাৰী আৱাস নাই নাই উজ্বলা আঁচনিৰ ৰন্ধন গেছ। এজাক বৰষুণতে পানী গৈ পায় ঘৰৰ ভিতৰ। চাটি মেৰামতি কৰি দিনত পোৱা এশ, দুশ টকা নোজোৰে পুত্ৰ কন্যা সহ চাৰিটা সদস্যৰে পৰিয়ালটো ।যি সময়ত চৰকাৰে উন্নয়নৰ ধাক ঢোল বজায় আছে, তেনে সময়তে মঙলদৈ পূব ন- হাউলি গাঁৱৰ হাইদৰ আলীৰ ঘৰৰ দৃশ্যই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુરના આકેસણમાં યુવતીનું હ્રદયરોગના હુમલાથી મોત
પાલનપુર તાલુકાના આકેસણ ગામે 20 વર્ષિય યુવતીને હ્રદયરોગનો હુમલો આવ્યો હતો. જેમને પાલનપુરની ખાનગી...
Kawasaki Ninja ZX-10R बाइक 1.14 लाख रुपये हुई सस्ती, एडवांस फीचर्स समेत दमदार इंजन से है लैस
Kawasaki Ninja ZX-10R Discount कावासाकी इंडिया ने Kawasaki Ninja ZX-10R को कीमत को 1.14 लाख रुपये...
শিৱসাগৰ নগৰত জ্যেষ্ঠ নাগৰিক সংস্থাৰ কাৰ্য্যকৰী সভা, ককা- আইতা দিৱস উদ্যাপন কৰাৰ সিদ্ধান্ত গ্ৰহন।
শিৱসাগৰ নগৰৰ মাজ মজিয়াত অৱস্থিত শংকৰ মন্দিৰ পথত থকা জ্যেষ্ঠ নাগৰিক সন্থাৰ কাৰ্য্যালয়ত অনুষ্ঠিত...