#মঙলদৈ হাইদৰ আলীৰ এখন জীয়া ছবি। নাই চৰকাৰী আৱাস গৃহ।মঙলদৈৰ এটি পৰিয়ালৰ এখন জীয়া ছবি। মঙলদৈ নিকটৱৰ্তী জনাৰাম চৌকা গাওঁ পঞ্চায়তৰ অন্তৰ্গত এইখন পূব ন - হাউলি গাওঁ। আৰু পূব ন - হাউলি গাঁৱৰ হাইদৰ আলীৰ এক জিয়া ছবি। হাইদৰ আলীৰ জুপুৰিটো দেখিলে হয়তো আপোনাৰো বেয়া লাগিব। চাতি মেৰামতিৰ কাম কৰি খোৱা হাইদৰ আলীৰ নাই চৰকাৰী আৱাস নাই নাই উজ্বলা আঁচনিৰ ৰন্ধন গেছ। এজাক বৰষুণতে পানী গৈ পায় ঘৰৰ ভিতৰ। চাটি মেৰামতি কৰি দিনত পোৱা এশ, দুশ টকা নোজোৰে পুত্ৰ কন্যা সহ চাৰিটা সদস্যৰে পৰিয়ালটো ।যি সময়ত চৰকাৰে উন্নয়নৰ ধাক ঢোল বজায় আছে, তেনে সময়তে মঙলদৈ পূব ন- হাউলি গাঁৱৰ হাইদৰ আলীৰ ঘৰৰ দৃশ্যই চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ખુરશી અમને જનતાએ આપી છે, વિરોધીઓએ નહીં, જનતા માટે મારું કામ ક્યારેય અટકશે નહીંઃ હેમંત સોરેન
ઝારખંડના મુખ્યમંત્રી હેમંત સોરેને આજે ફરી કેન્દ્રની મોદી સરકાર અને ભાજપ પર બંધારણીય સંસ્થાઓનો...
ঐতিহাসিক খটৰা সত্ৰত পাচেতি মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় দিহানাম প্ৰতিযোগিতা ।
ঐতিহাসিক খটৰা সত্ৰত পাচেতি মহোৎসৱ উপলক্ষে অনুষ্ঠিত দিহানাম প্ৰতিযোগিতা
...
Bihar Politics: Karpuri Thakur को भारत रत्न देने पर बोले Tejashwi Yadav, 'PM Modi से की थी मांग'
Bihar Politics: Karpuri Thakur को भारत रत्न देने पर बोले Tejashwi Yadav, 'PM Modi से की थी मांग'
টীয়কত স্বাধীনতা দিৱস উদযাপন
টীয়কত স্বাধীনতা দিৱস উদযাপন #khabar24x7assam
सोशल मीडिया पर बदनाम करने की नीयत से फर्जी इन्स्टाग्राम आई.डी. बनाने वाले आरोपी को भेजा गया जेल
मृतिका के सगे जीजा ने बदनाम करने की नीयत से बनाई थी फर्जी इन्स्टाग्राम आई.डी
घटना का संक्षिप्त विवरण फरियादी द्वारा थाना गुनौर में रिपोर्ट की गई कि...