শুকুৰ বাৰে নিশা আঠবজাত মৰাথণ থানা তিনি আলিত অসমীয়া যুুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক , ভাষাবিদ, সমালোচক প্ৰয়াত দেৱেন দত্তক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি কাজল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত সমাজ কৰ্মীপ্ৰদীপ সেন ৰ্শমাআৰু অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন বৰুৱা , সম্পাদক প্ৰণৱজ্যোতি ফুকন , ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক বিপুল গগৈয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত একমিনিট মৌন প্ৰাথনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बी. जे. एस. विद्यालयास जिल्हा स्तरीय स्वच्छ विद्यालय पुरस्कार
भारतीय स्वातंत्र्याच्या अमृत महोत्सवानिमित्त केंद्र सरकार पुरस्कृत 'स्वच्छ भारत स्वच्छ विद्यालय '...
દાહોદ જિલ્લામાં નમો કિસાન પંચાયત કાર્યક્રમને લીલી ઝંડી આપતા દંડક રમેશભાઈ કટારા
વડાપ્રઘાન નરેન્દ્ર મોદી દેશના રાષ્ટ્રપિતા ગાંઘીજીના સ્વપ્નને સાકાર કરવા અથાગ પરિશ્રમ કરી રહ્યા...
Dream Zone IASৰ তৰফৰপৰা সোণাৰিত আগবঢ়োৱা হৈছে পাঁচমহীয়া এটা বিশেষ পাঠ্যক্ৰম
Dream Zone IASৰ তৰফৰপৰা সোণাৰিত আগবঢ়োৱা হৈছে পাঁচমহীয়া এটা বিশেষ পাঠ্যক্ৰম