শুকুৰ বাৰে নিশা আঠবজাত মৰাথণ থানা তিনি আলিত অসমীয়া যুুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক , ভাষাবিদ, সমালোচক প্ৰয়াত দেৱেন দত্তক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ কাৰ্য্যকৰী সভাপতি কাজল কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানত সমাজ কৰ্মীপ্ৰদীপ সেন ৰ্শমাআৰু অসমীয়া যুৱ মঞ্চৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি ৰঞ্জন বৰুৱা , সম্পাদক প্ৰণৱজ্যোতি ফুকন , ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক বিপুল গগৈয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছত একমিনিট মৌন প্ৰাথনা কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিনিচুকীয়াৰ বাঘজানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰযোগিতাৰ সফল সামৰণি।
তিনিচুকীয়াৰ বাঘজানত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ফুটবল প্ৰযোগিতাৰ সফল সামৰণি।
लिंबागणेश येथे जनावरांसाठी लसीकरण शिबिर@india report
लम्पी स्किन रोगाचा धोका टाळण्यासाठी लिंबागणेश येथे जनावरांसाठी लसीकरण शिबिर@india report
સાવરકુંડલામાં જાહેરમાં જુગાર રમતા ૦૬ (છ) પતા-પ્રેમીઓ ઝડપાયા
સાવરકુંડલા ટાઉન પોલીસ સ્ટેશનના શિવાજીનગર વિસ્તારમાંથી જાહેરમાં પૈસા પાનાથી હારજીતનો જુગાર રમતા...
Rajtilak Aaj Tak Helicopter Shot: डायमंड सिटी Surat का फैसला, किसकी होगी जीत ? जनता से जानिए
Rajtilak Aaj Tak Helicopter Shot: डायमंड सिटी Surat का फैसला, किसकी होगी जीत ? जनता से जानिए
১ অক্টোবৰৰ পৰা বিদ্যালয়ত নামভৰ্তি, চৰকাৰী চাকৰি নিযুক্তি, আধাৰ কাৰ্ড আৰু অন্যান্য কামৰ বাবে একক নথি হিচাপে ব্যৱহাৰ কৰা হ'ব জন্মৰ প্ৰমাণ পত্ৰ
জন্ম-মৃত্যুৰ পঞ্জীয়ন (সংশোধনী) আইন, ২০২৩ চলিত বৰ্ষৰ ১ অক্টোবৰৰ পৰা বলবৎ হ’ব। ...