নাজিৰা মহকুমা মহকুমাধিপতি কাৰ্যালয়ৰ সভা কক্ষত আজি মহকুমাধিপতি আয়ুষী জৈনৰ উপস্থিতিত "শোক দিৱস" পালন কৰা হয় | ২০০৪ চনৰ ১৫ আগষ্টত উদযাপিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ দুৰ্ভাগ্যজনক ভাৱে বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া নিৰীহ শিশু আৰু নাগৰিকসকলক সুঁৱৰি মহকুমা প্ৰশাসনৰ বিষয়া, কৰ্মচাৰী সকলে এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শপত বাক্য পাঠ কৰে |
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিক্ষাবিদ ড৹খৰ্গেশ্বৰ ডেকাৰ পৰলোকপ্ৰাপ্তি
কামৰূপ জিলাৰ বেজেৰা নিবাসী শিক্ষাবিদ ড৹খৰ্গেশ্বৰ ডেকা(64)ৰ আজি গুৱাহাটীত থকা এখন ব্যক্তিগত...
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সেই মাজনিশা কি কি ঘটিছিল?
১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সেই মাজনিশা কি কি ঘটিছিল? Spotlight Ep-7 | #Paragjyoti #Phukan
दीगोद मे उपखण्ड स्तरीय जनसुनवाई शिविर संपन्न,समस्याओ के आए कुल 25 परिवाद।
दीगोद. कस्बे के उपखंड मुख्यालय सभागार मे गुरुवार को उपखंड अधिकारी शत्रुघ्न सिंह गुर्जर की...
Delhi Elections: चुनाव को लेकर Arvind Kejriwal ने शुरू किया प्रचार, दिल्ली वालों को दी 6 रेवड़ियां
Delhi Elections: चुनाव को लेकर Arvind Kejriwal ने शुरू किया प्रचार, दिल्ली वालों को दी 6 रेवड़ियां