মৰাণৰ তিলৈ গ্ৰাম্য বজাৰৰ সন্মূখত ভয়ংকৰ পথ দুৰ্ঘটনা । মৰাণৰ দিশেৰে গৈ থকা অৱস্থাত AS 06 Y 0627 নম্বৰৰ বাইক আৰু AS06 X 1040 নম্বৰৰ স্কুটিখনক পিছফালৰ পৰা খুন্দিয়াই দিয়ে এখন ট্ৰাকে । গুৰুত্বৰ ভাৱে আহত চাৰি আৰোহী । সংকটজনক অৱস্থাত তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ আৰক্ষীয়ে নিজৰ বাহনেৰে প্ৰেৰন কৰে । আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকখন পলায়ন কৰিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Army hold two days Seminar cum panel discussion on China
A two day long Seminar cum panel discussion on the theme of Demystifying the Dragon, being...
बूंदी उद्योग एवं हस्त शिल्प मेला 2024 में विधिक सेवा द्वारा लगाई स्टॉल से आमजन को दी विधिक जानकारी
बूंदी उद्योग एवं हस्त शिल्प मेला 2024 में विधिक सेवा द्वारा लगाई स्टॉल से आमजन को दी विधिक...
જસદણ માર્કેટિંગ યાર્ડમાં આજે જીરૂ ભાવ ઉંચો રહ્યો 14001ખેડુત મળ્યો હતો
જસદણ માર્કેટિંગ યાર્ડમાં આજે જીરૂ ભાવ ઉંચો રહ્યો 14001ખેડુત મળ્યો હતો
🔸তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ উদ্যোগত ৰাহুল গান্ধীৰ জন্মদিন উদযাপন
🔸তিনিচুকীয়াত যুৱ কংগ্ৰেছৰ উদ্যোগত ৰাহুল গান্ধীৰ জন্মদিন উদযাপন