থাওৰা সমষ্টিৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং উদয়পুৰ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পথৰ উপৰত ভূঁই ৰুই ৰাইজে প্ৰতিকী ভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰে। নিৰ্বাচনৰ সময়তহে স্থানীয় বিধায়ক গৰাকীয়ে ভোট বিচাৰি ১ নং উদয়পুৰ অঞ্চলত পদাৰ্পন কৰেহি বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গাওঁবাসীয়ে বিভাগীয় কৰ্তপক্ষৰ লগতে স্থানীয় বিধায়কক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। ১ নং উদয়পুৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ "বিজেপি চৰকাৰ মূৰ্দাবাদ" "অসম চৰকাৰ মূৰ্দাবাদ" "সুশান্ত বৰগোহাঁই মূৰ্দাবাদ" আদি শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Punjab MMS Scandal: Chandigarh University मध्ये विद्यार्थिनींच्या अश्लील व्हीडियो प्रकरणात काय घडलं?
Punjab MMS Scandal: Chandigarh University मध्ये विद्यार्थिनींच्या अश्लील व्हीडियो प्रकरणात काय घडलं?
মহাষষ্ঠী কালি, বেদীত মা দূৰ্গাক কৰা হব প্ৰতিষ্ঠা।ৰহা পুৰনাচাৰিআলী দূৰ্গোৎসবৰ মুখ্য আকৰ্ষণ কেদাৰনাথ ধাম আৰু জ্যোতি সংঘৰ শংখ চক্ৰ গদ্দা পদ্ম।
কালি মহাষষ্ঠী,পূবা পুৰোহিতৰ দ্বাৰা বৈদিক মন্ত্ৰচাৰনেৰে মহাষষ্টী কলহ স্থাপন কৰি জগতজননী মা দূৰ্গা...
Canada जाने वाले पाकिस्तानी फ्लाइट अटेंडेंट कहां ग़ायब हो जाते हैं? | Duniyadari E. 1049
Canada जाने वाले पाकिस्तानी फ्लाइट अटेंडेंट कहां ग़ायब हो जाते हैं? | Duniyadari E. 1049
Chath Puja 2024 News: छठ पूजा के मौके पर रेलवे स्टेशनों पर भारी भीड़, देखिए ग्राउंड रिपोर्ट | Aaj Tak
Chath Puja 2024 News: छठ पूजा के मौके पर रेलवे स्टेशनों पर भारी भीड़, देखिए ग्राउंड रिपोर्ट | Aaj Tak
बूंदी राजस्थान में निजी बस बस संचालनकर्ताओ द्वारा एक दिवसीय हड़ताल
बूंदी राजस्थान में निजी बस बस संचालनकर्ताओ द्वारा एक दिवसीय हड़ताल, बूंदी में भी देखा गया निजी बस...