মৰাণৰ খুমটাই তিনিআলিত মৰাণ প্ৰেছ ক্লাৱৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা, তিনিখন শিশু গ্ৰন্থ উন্মোচন ৷ চৰাইদেউ জিলাৰ মৰাণৰ খুমটাই তিনিআলিৰ শিক্ষক দম্পতি সুনীল গগৈ আৰু দিব্যজ্যোতি গগৈৰ বাসগৃহ চৌহদত যোৱা নিশা মৰাণ প্ৰেছ ক্লাৱৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ মৰাণ প্ৰেছ ক্লাৱৰ সভাপতি দয়ানন্দ সিঙে সভাপতিত্ব কৰা সভাৰ আঁত ধৰে সম্পাদক শৰৎ শেনচোৱাই ৷ সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখিকা অনিমা চেতিয়া, বিশিষ্ট চিকিৎসক ৰূপম কুমাৰ বৰুৱা, জেষ্ঠ সাংবাদিক অজিত চুতীয়াই গ্ৰন্থ উন্মোচনত অংশগ্ৰহন কৰে ৷ এই গ্ৰন্থ উন্মোচনী সভাত শিক্ষক, সাহিত্যসেৱী সুনীল গগৈ, পত্নী তথা লেখিকা দিব্যজ্যোতি গগৈ আৰু তেওঁলোকৰ পুত্ৰ সুদীপ্ত ৰননৰ একোখনকৈ শিশু গ্ৰন্থ উন্মোচন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM Kejriwal Latest News: High Court के फैसले के खिलाफ Supreme Court जा सकती है AAP- सूत्र | Delhi
CM Kejriwal Latest News: High Court के फैसले के खिलाफ Supreme Court जा सकती है AAP- सूत्र | Delhi
बिलावल भुट्टो विरोधात अलिबाग भाजप आक्रमक
बिलावल भुट्टोंच्या विरोधात अलिबाग भाजप आक्रमक
पाकिस्तानचे परराष्ट्र...
Mission Raniganj First Film Review: Akshay Kumar की एक्टिंग का नहीं है कोई जवाब, मिले 5 स्टार्स
Mission Raniganj First Film Review: Akshay Kumar की एक्टिंग का नहीं है कोई जवाब, मिले 5 स्टार्स
ચૂંટણી જાહેર થતા જ મહેસાણાની સુરક્ષા વ્યવસ્થા વધારવામાં આવી, SSBની પાંચ કંપની તૈનાત, ફ્લેગ માર્ચ પણ યોજી
ગુજરાત વિધાનસભા ઇલેક્શનની તારીખો આજથી જાહેર થઈ ચૂકી છે. તારીખો જાહેર થતાની સાથે જ આચારસંહિતા લાગુ...