অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত 1নং জতিয়নী গাওঁত মহিলা মঞ্চ গঠনৰ উৰ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়, সভাত সভাপতিত্ব কৰে মহিলা মঞ্চৰ কেন্দ্রীয় সমিতিৰ সভানেত্রী মালক্ষ্মী ফুকনে, উৰ্দেশ্য ব্যাখ্যা কৰে ৰঞ্জন বৰুৱাই, সভাত বক্তব্য ৰাখে অসমীয়া মহিলা মঞ্চৰ কেন্দ্রীয় সম্পাদীকা ৰাণু তামুলী,ডিব্ৰুগড় জিলাৰ সম্পাদীকা অৰ্ণপুৰ্ণা নাথ,চিত্র লেখা বৰা, মঞ্চৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি কাজল কুমাৰ দাস,মৰাণ আঞ্চলিকৰ সচিৱ প্রধান প্রণৱজ্যোতি ফুকন, সভাত সৰ্ব্বসন্মতি ক্ৰমে পুষ্পাঞ্জলি গুৱালাক সভানেত্রী,কল্পনা বৰুৱাক সম্পাদিকা,কল্যাণী দত্তক সাংগাঠনিক সম্পাদিকা,নিৰদা দত্তক কাৰ্য়লয় সম্পাদিকা লৈ 31 জনীয়া জতিয়নী মহিলা মঞ্চ গঠন কৰা হয় l সকলোকে শপতবাক্য পা ঠ কৰোৱা হয ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
iQOO Z9 Turbo की लॉन्च डेट आई सामने, इन डिवाइस से होगी सीधी टक्कर, यहां जानें डिटेल्स
Vivo के सब ब्रांड iQOO अपने लेटेस्ट फोन को लॉन्च करने की तैयारी है। हम iQOO Z9 Turbo की बात कर...
शिंदे-फडणवीस सरकारमुळेच ओबीसी आरक्षण - माजीमंत्री आमदार चंद्रशेखर बावनकुळे
शिंदे-फडणवीस सरकारमुळेच ओबीसी आरक्षण - माजीमंत्री आमदार चंद्रशेखर बावनकुळे
Ajmal for Education & Education for All
Ajmal for Education & Education for All
হোজাই ফটকা বেপাৰী গুদাম ত জি এছ টি বিভাগৰ অভিযান
মধ্য অসমৰ সৰ্ববৃহৎ ফটকা বেপাৰী শিবু দাসৰ দোকান আৰু গুদাম ঘৰত মঙ্গলবাৰে নিশা অভিযান চলিল GST...
Hyundai Motor साल 2030 तक लॉन्च करेगी 21 नई Electric Cars, कंपनी ने बताया फ्यूूचर प्लान
हुंडई मोटर की योजना 2026 के अंत तक उत्तरी अमेरिका और चीन में नए EREV का बड़े पैमाने पर उत्पादन...