অসমীয়া যুৱ মঞ্চ মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত 1নং জতিয়নী গাওঁত মহিলা মঞ্চ গঠনৰ উৰ্দেশ্যে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়, সভাত সভাপতিত্ব কৰে মহিলা মঞ্চৰ কেন্দ্রীয় সমিতিৰ সভানেত্রী মালক্ষ্মী ফুকনে, উৰ্দেশ্য ব্যাখ্যা কৰে ৰঞ্জন বৰুৱাই, সভাত বক্তব্য ৰাখে অসমীয়া মহিলা মঞ্চৰ কেন্দ্রীয় সম্পাদীকা ৰাণু তামুলী,ডিব্ৰুগড় জিলাৰ সম্পাদীকা অৰ্ণপুৰ্ণা নাথ,চিত্র লেখা বৰা, মঞ্চৰ ডিব্ৰুগড় জিলাৰ কাৰ্যকৰী সভাপতি কাজল কুমাৰ দাস,মৰাণ আঞ্চলিকৰ সচিৱ প্রধান প্রণৱজ্যোতি ফুকন, সভাত সৰ্ব্বসন্মতি ক্ৰমে পুষ্পাঞ্জলি গুৱালাক সভানেত্রী,কল্পনা বৰুৱাক সম্পাদিকা,কল্যাণী দত্তক সাংগাঠনিক সম্পাদিকা,নিৰদা দত্তক কাৰ্য়লয় সম্পাদিকা লৈ 31 জনীয়া জতিয়নী মহিলা মঞ্চ গঠন কৰা হয় l সকলোকে শপতবাক্য পা ঠ কৰোৱা হয ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিগাঁৱ জিলাৰ লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
⭕ মৰিগাৱঁ জিলাৰ লাহৰীঘাটত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
Adani Enterprises: दोगुने से अधिक बढ़ा कंपनी का मुनाफा, गौतम अदाणी बोले- हम अपने दावे पर खरे उतरे
नई दिल्ली, बिजनेस डेस्क। अरबपति गौतम अदाणी (Gautam Adani) के पोर्ट्स-टू-एनर्जी समूह की...
মা দীর্ঘেশ্বৰী দেৱালয়ত ৰাজ্যবাসীৰ মংগলৰ কাৰণে প্রার্থনা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
মা দীর্ঘেশ্বৰী দেৱালয়ত ৰাজ্যবাসীৰ মংগলৰ কাৰণে প্রার্থনা জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই...
MCN NEWS| शेतातील रस्ता मोकळा करून देण्याच्या मागणीसाठी शेतकऱ्यांचे आमरण उपोषण
MCN NEWS| शेतातील रस्ता मोकळा करून देण्याच्या मागणीसाठी शेतकऱ्यांचे आमरण उपोषण
ન્યુ અવાજ કોળી ક્રાંતિ સેના ના ખાંભા તાલુકાના પ્રમૂખ તરીકે મેહુલ ગોહિલ ની વરણી
ખાંભા તાલુકાના પ્રમુખ પદે ખાંભાના યુવાન, હોશિલા, ખંતીલા, કાર્યદક્ષ, અને કર્મઠ, અને મળતાવડા...