অগপৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ প্ৰদীপ হাজৰিকাৰ।
আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰোধিতাৰে পদত্যাগ।
বিধায়ক হাজৰিকা অগপৰ সাধাৰণ সম্পাদক আছিল।
সভাপতি অতুল বৰালৈ পদত্যাগ পত্র প্ৰেৰণ।