আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন। দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়।উদ্যানৰ সভাগৃহৰ সন্মুখত এই দিৱস পালন কৰা হয় । উদ্যানখনত থকা হস্তী প্রশিক্ষণ শিবিৰৰ হাতীসমূহক আজিৰ এই হস্তী দিবসৰ দিনা ৰাইজ আৰু পৰ্য্যটকসকলে নিচেই কাষৰ পৰা উপভোগ কৰে। লগতে উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लक्ष्मीपुरा डोरा- डाबी, सिलोर नमाना सडक तथा गरडदा बांध की नहरों की एनओसी जारी करे वन विभाग-हरिमोहन
बून्दी। बूंदी विधायक हरिमोहन शर्मा ने वन राज्यमंत्री संजय शर्मा को जयपुर में पत्र देकर...
Australia Defeated India in World Cup: India का World Cup जीतने का सपना टूटा |Virat-Rohit Sharma Cry
Australia Defeated India in World Cup: India का World Cup जीतने का सपना टूटा |Virat-Rohit Sharma Cry