আজি বিশ্ব হস্তী দিৱস, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস পালন। দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়।উদ্যানৰ সভাগৃহৰ সন্মুখত এই দিৱস পালন কৰা হয় । উদ্যানখনত থকা হস্তী প্রশিক্ষণ শিবিৰৰ হাতীসমূহক আজিৰ এই হস্তী দিবসৰ দিনা ৰাইজ আৰু পৰ্য্যটকসকলে নিচেই কাষৰ পৰা উপভোগ কৰে। লগতে উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মী সকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पर्यावरण जागरूकता को लेकर आयोजित हुआ शिविर
माननीय राजस्थान राज्य विधिक सेवा प्राधिकरण के आदेशानुसार तालुका विधिक सेवा समिति हिंडोली द्वारा...
IPL জুৱাৰীৰ বিৰুদ্ধে নিশা গোলাঘাট আৰক্ষীৰ অভিযান।
IPL জুৱাৰীৰ বিৰুদ্ধে নিশা গোলাঘাট আৰক্ষীৰ অভিযান। এজন গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত। জুৱাৰীটোৰ...
કોંગ્રેસના આગામી કાર્યક્રમો અંગે પ્રેસ પ્રમુખ કોંગ્રેસ પ્રમુખ જગદીશ ઠાકોર #bjp #congress #gujarat
કોંગ્રેસના આગામી કાર્યક્રમો અંગે પ્રેસ પ્રમુખ કોંગ્રેસ પ્રમુખ જગદીશ ઠાકોર #bjp #congress #gujarat
বৰভাগৰ ঐতিহাসিক থেঠাঁ গোসাই থানত শ্ৰীশ্ৰী বিষ্ণু পূজাত অগনন ভক্তৰ সমাবেশ
নলবাৰী জিলাৰ বৰভাগৰ দোকোঁহা গাৱঁত অৱস্থিত থেঠাঁ গোসাইৰ থানত কালিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে...
પીપાવાવ મરીન પો.સ્ટે . વિસ્તારના દેવપરા- ભેરાઇ ગામ નજીક બનેલ ફેટલ અકસ્માતના અડીટેકટ ગુનાનો ભેદ ઉકેલી , આરોપી હિંમતભાઇ સોમાભાઇ મકવાણા , ઉ.વ .૫૨ , રહે.રાજુલા , કુંભારવાડા વિસ્તાર , તળાવના કાંઠે , જિ.અમરેલી ,ને પકડી પાડી , ગુનો ડીટેકટ કરતી અમરેલી એલ.સી.બી.
ગુન્હાની વિગતઃ ગઇ તા .૦૯ / ૧૦ / ૨૦૨૨ ના રોજ સવારના પાંચેક વાગ્યે જીગરભાઇ પ્રવિણભાઇ બાભણીયા...