চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, নিয়মিত ভাৱে দৰমহা প্ৰদান কৰা, বাগিচাৰ চুক্তিমতে স্থায়ী শ্ৰমিক নিযুক্তি দিয়াকে ধৰি অন্যান্য প্ৰাপ্য সা-সুবিধা প্ৰদানৰ দাবীত পুৱাই ৰাজ্যৰ বিভিন্ন চাহ বাগিছাত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা হয় । খোৱাং চাহ বাগিচা , ভামুন চাহ বাগিচা, হিংৰিজান চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ পৰিচালকৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই আহি বাগিচাৰ পৰিচালকৰ জৰিয়তে মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী আৰু ডিব্ৰুগড় জিলা সহকাৰী শ্ৰম আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
कोटा में सीबीआई की कार्रवाई,एक व्यवसायी के घर और फैक्ट्री में तलाशी
सीबीआई जयपुर शाखा ने कोटा में एक व्यवसायी के घर और फैक्ट्री में छापामार कार्रवाई की है। अचानक की...
ખંભાતમાં ઇદે મિલાદ પર્વે ધાર્મિક સ્થળો, ઘરો શેરી-મહોલ્લાને રંગબેરંગી રોશની શણગારતા ઝગમગાટ.
ખંભાતમાં ઠેર ઠેર ઇદે મિલાદ પર્વે ધાર્મિક સ્થળો, ઘરો શેરી-મહોલ્લાને રંગબેરંગી રોશની શણગારી સજાવી...
Adani Port और Himadri Chemical क्यों बनें आज के Stock Of The Day? | Business News | CNBC Awaaz
Adani Port और Himadri Chemical क्यों बनें आज के Stock Of The Day? | Business News | CNBC Awaaz