চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চাহ মজদুৰ সংঘৰ আহ্বান মৰ্মে বাগিচাই বাগিচাই শ্ৰমিকৰ প্ৰতিবাদ । চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, নিয়মিত ভাৱে দৰমহা প্ৰদান কৰা, বাগিচাৰ চুক্তিমতে স্থায়ী শ্ৰমিক নিযুক্তি দিয়াকে ধৰি অন্যান্য প্ৰাপ্য সা-সুবিধা প্ৰদানৰ দাবীত পুৱাই ৰাজ্যৰ বিভিন্ন চাহ বাগিছাত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰা হয় । খোৱাং চাহ বাগিচা , ভামুন চাহ বাগিচা, হিংৰিজান চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ পৰিচালকৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী সমদল উলিয়াই আহি বাগিচাৰ পৰিচালকৰ জৰিয়তে মুখ্যমন্ত্ৰী, শ্ৰমমন্ত্ৰী আৰু ডিব্ৰুগড় জিলা সহকাৰী শ্ৰম আয়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰন কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सेनगांव तालुका कृषी अधिकारी यांचे अवाहन
हिंगोली जिल्ह्याच्या सेनगांव तालुक्यामध्ये 8 हजार 543 शेतकऱ्यांची ई केवायसी करणे बाकी असल्याची...
છેલ્લા છએક મહીનાથી ગુમ થયેલ ઇસમને શોધી કાઢી ગુમ થનારને તેના પરીવાર સાથે સુખદ મિલન કરાવતી રાજુલા પોલીસ ટીમ
મહે.અમરેલી પોલીસ અધિક્ષક શ્રી હિંમકરસિંહ સાહેબનાઓ દ્વારા ગુમ અપહરણ થયેલા વ્યક્તિ બાળકો તથા...
ભક્તિ શક્તિની શ્રદ્ધાનો ત્રિવેણી સંગમથી અંબાજીમાં સર્જાયો મીની મહાકુંભ..
સમગ્ર ઉત્તર ગુજરાત ભક્તિરસમાં તરબોળઃ
ભક્તિ, શક્તિ અને શ્રદ્ધાનો ત્રિવેણી સંગમથી અંબાજીમાં...
મોરબીમાં બનેલી દુર્ઘટના ના પગલે સમગ્ર વિશ્વમાં હાહાકાર મચાવી દીધો છે
મોરબીમાં બનેલી દુર્ઘટના ના પગલે સમગ્ર વિશ્વમાં હાહાકાર મચાવી દીધો છે