সম্পূর্ণৰূপে বাতিল হ’ব দেশদ্ৰোহ আইনঃ অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত অৱগত কৰে যে আই পি চি সম্পৰ্কীয় নতুন বিধেয়কখনে দেশদ্ৰোহৰ অপৰাধ সম্পূৰ্ণৰূপে বাতিল কৰিব। তেওঁ তিনিখন বিধেয়ক উত্থাপন কৰে যথা ‘ভাৰতীয় ন্যায় সংহিতা বিধেয়ক’, ২০২৩; 'ভাৰতীয় সাক্ষ্য বিধেয়ক', ২০২৩ আৰু 'ভাৰতীয় নাগ্ৰিক সুৰক্ষা সন্হিতা বিধেয়ক'। শ্বাহে লগতে কয় যে ১৮৬০ চনৰ পৰাই অপৰাধমূলক ন্যায় ব্যৱস্থাই ব্ৰিটিছে বনোৱা আইন অনুসৰি কাম কৰি আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Jetpur News | રાજકોટ જિલ્લા ના જેતપુર વડલી ચોક પાસેના પ્લોટ માંથી મૃતદેહ મળ્યો | Jetpur Police News
Jetpur News | રાજકોટ જિલ્લા ના જેતપુર વડલી ચોક પાસેના પ્લોટ માંથી મૃતદેહ મળ્યો | Jetpur Police News
মঙলদৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
মঙলদৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ।
মঙলদৈৰ তেলিপাৰা পাৰাৰ বাসব বৰুৱা বৰুৱা নগৰত ৰাষ্টাৰ দাঁতিতে পৰি...
टारगेट किलिंग और लाल किले पर हमले की तैयारी में थे दोनों आतंकी, दिल्ली पुलिस की चार्जशीट में खुलासा
दिल्ली पुलिस की स्पेशल सेल ने पाकिस्तानी खुफिया एजेंसी आइएसआइ की बड़ी साजिश के बारे में खुलासा...
शिक्रापूर सोसायटीच्या चेअरमनवर गुन्हा दाखल
शिक्रापूर सोसायटीच्या चेअरमनवर गुन्हा दाखल
शेतकऱ्याचा रस्ता तहसीलदारांचे आदेश डावलून अडवला ...
পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ হীৰক জয়ন্তী উৎযাপনৰ প্ৰস্তুতি,সমিতি গঠন
পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ হীৰক জয়ন্তী উৎযাপনৰ প্ৰস্তুতি,সমিতি গঠন