সম্পূর্ণৰূপে বাতিল হ’ব দেশদ্ৰোহ আইনঃ অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত অৱগত কৰে যে আই পি চি সম্পৰ্কীয় নতুন বিধেয়কখনে দেশদ্ৰোহৰ অপৰাধ সম্পূৰ্ণৰূপে বাতিল কৰিব। তেওঁ তিনিখন বিধেয়ক উত্থাপন কৰে যথা ‘ভাৰতীয় ন্যায় সংহিতা বিধেয়ক’, ২০২৩; 'ভাৰতীয় সাক্ষ্য বিধেয়ক', ২০২৩ আৰু 'ভাৰতীয় নাগ্ৰিক সুৰক্ষা সন্হিতা বিধেয়ক'। শ্বাহে লগতে কয় যে ১৮৬০ চনৰ পৰাই অপৰাধমূলক ন্যায় ব্যৱস্থাই ব্ৰিটিছে বনোৱা আইন অনুসৰি কাম কৰি আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बेरोजगार युवाओं के लिए बड़ी खुशखबरी, PM मोदी ने खोल दिया बंपर भर्तियों का पिटारा
अगर आप बेरोजगार हैं और नौकरी की तलाश में हैं तो आज से चिंता छोड़ दीजिए. क्योंकि अब आपकी नौकरी की...
અમેરિકાના રાષ્ટ્રપતિ જૉ બાઈડને રાષ્ટ્રપતિની ચૂંટણીમાંથી પોતાનું નામ પાછું ખેંચી લીધું.*
અમેરિકાના રાષ્ટ્રપતિ જૉ બાઈડને રાષ્ટ્રપતિની ચૂંટણીમાંથી પોતાનું નામ પાછું ખેંચી લીધું.* ...
AAJTAK 2 | साउथ में भी चला KANGANA RANAUT का जादू, CHANDRAMUKHI 2 ने की धमाकेदार ओपनिंग | AT2 VIDEO
AAJTAK 2 | साउथ में भी चला KANGANA RANAUT का जादू, CHANDRAMUKHI 2 ने की धमाकेदार ओपनिंग | AT2 VIDEO
સુરત શહેર નજીક આવેલ સચિન જીઆઇડીસી માં આવેલ કેમિકલની કંપનીમાં પ્રચંડ ધડાકા સાથે લાગી આગ.
સુરત શહેર નજીક આવેલ સચિન જીઆઇડીસી માં આવેલ કેમિકલની કંપનીમાં પ્રચંડ ધડાકા સાથે લાગી આગ.
দলগাঁৱত জহি খহি গৈছে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ: বৃহৎ গাঁত বোৰ মেৰামতি কৰিবলৈ আহ্বান ৰাইজৰ
দলগাঁও ত জহি খহি গৈছে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ : বৃহৎ গাঁত বোৰ মেৰামতি কৰিবলৈ আহ্বান ৰাইজৰ।