আজি নাৰায়ণপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত সাহিত্য সাধনা মঞ্চ অসমৰ লখিমপুৰ জিলা সমিতি গঠন কৰা হয় ৷ হিমাশ্ৰী বায়ন দত্ত আৰু জয়ন্ত শইকীয়াই আহ্বান জনোৱা সভাখনত সভাপতিত্ব কৰে সাহিত্যিক , সাংবাদিক জগত গগৈয়ে ৷ সভাখনত বিজিত গগৈক সভাপতি আৰু জয়ন্ত শইকীয়াক সম্পাদক লগতে বিকাশ মহন্তক সহ-সম্পাদক , মীনাক্ষী গুৱলাক পত্ৰিকা সম্পাদক , লেখিকা বৰাক সাহিত্য সম্পাদক , পদ্ম বৰা আৰু দিব্যজ্যোতি ভূঞাক প্ৰচাৰ সম্পাদক ৰুপে সভাই দায়িত্ব প্ৰদান কৰে ৷ সাহিত্য সাধনা মঞ্চৰ জিলা সমিতি খনৰ জৰিয়তে সাহিত্য জগত খনৰ অধিক অগ্ৰগতি আশা কৰিছে উপস্থিতসকলোৱে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અર્બન હેલ્થ સેન્ટર ખાતે સગર્ભા બહેનો માટે ચેકઅપ કેમ્પ નું આયોજન કરાયું હતું..
ડીસા રામનગર અર્બન હેલ્થ સેન્ટર ખાતે સગર્ભા ચેકઅપ કેમ્પનું આયોજન કરાયું
ડીસાના જાણીતા...
સિવિલ હોસ્પિટલમાં દર્દીઓ ને મળ્યા પછી હિંમત સિંહની લઠ્ઠાકાંડ મુદ્દાઓ પર પ્રતિક્રિયા, જોવો વધુ માહિતી
સિવિલ હોસ્પિટલ માં દાખલ થયેલ દર્દીઓ ને મળ્યા બાદ હિંમત સિંહ ની લઠ્ઠાકાંડ મુદ્દે પ્રીતિક્રિયા...
Israel Syria Tension: Syrian Border पर इसराइल की इस हरकत से परेशान हुआ UN (BBC Hindi)
Israel Syria Tension: Syrian Border पर इसराइल की इस हरकत से परेशान हुआ UN (BBC Hindi)