মাতৃ আৰু শিশুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মহিলা আৰু শিশু কল্যান বিভাগ সোনাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পৰ উদ্যোগত আৰু মৰাণহাট ৰেলৱে ষ্টেচনৰ সহযোগত মৰাণহাট ৰেলৱে ষ্টেচনত এটি স্তনপান কক্ষ মুকলি কৰা হয় । মুকলি কৰে সোনাৰি সংহত শিশু উন্নয়ণ প্ৰকল্পৰ বিষয়া প্ৰিয়ংকা টায়ে । কাৰ্যসূচীত চৰাইদেউ জিলাৰ সমাজ কল্যান বিষয়া প্ৰগতি ওজা, মৰাণ পৌৰসভাৰ সভাপতি অৰুপ দত্ত, মাহমৰাৰ ৰাজহ চক্ৰ চক্ৰ বিষয়া ভাৰতী বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট আৰু অংগনবাড়ী কৰ্মীসকল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
મહુવા શહેરમાં વશિષ્ઠનગર સોસાયટીના રહીશો દ્વારા મામલતદાર કચેરી ખાતે આવેદન પત્ર પાઠવ્યું
વશિષ્ઠનગર રહીશો દ્વારા આજે મામલતદાર કચેરી એ આવેદન પત્ર પાઠવ્યું છે સોસાયટીના રહીશો ની માંગણી છે...
সোণাৰিত ফুটবল প্ৰতিযোগিতা সম্পন্ন
চৰাইদেউ জিলাৰ বৰুৱানগৰত চুকাফা কাপ ১৫ বছৰৰ অনুৰ্দ্ধ ফুটবল প্ৰতিযোগিতাত ডিব্ৰুগড় দল বিজয়ী ।...
પાવીજેતપુરના ભારજ બ્રિજ નજીક જનતા ડાયવર્ઝન ચાલુ થતા છોટાઉદેપુર જિલ્લા સહિત મધ્ય પ્રદેશની જનતાને રાહત
પાવીજેતપુરના ભારજ બ્રિજ નજીક જનતા ડાયવર્ઝન ચાલુ થતા છોટાઉદેપુર જિલ્લા સહિત મધ્ય પ્રદેશની જનતાને...
शिक्षक व शिक्षकेत्तर कर्मचाऱ्यांना वेतन अनुदान वितरित करण्याची आम आदमी पार्टी ची मागणी
जिंतुर/प्रतिनीधी
विना तथा अशांत अनुदानित् शाळेतील शिक्षक तथा शिक्षक व कर्मचाऱ्यांना १५नोव्हेंबर...
UK's military aid to Ukraine won't change conflict's course: Kremlin
Russia-Ukraine war: Volodymyr Zelensky arrived in Britain on Monday with a promise of long range...