সাংসদ বদৰুদ্দিন আজমলে আজি সংসদৰ মজিয়াত নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সমৰ্থনত নিজৰ বক্তব্য প্রদান কৰে।