যোৱা সাতৰ পৰা ওঠৰ নবেম্বৰলৈ তেৰদিনীয়াকৈ আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত নলবাৰীৰ ৰাস মহোৎসৱ৷বিগত দুটা বছৰে অতিমাৰী কৰোনাই জৰ্জড়িত কৰা ৰাইজে এইবেলি মুকলিমূৰীয়াকৈ ওলাই আহিছে ৰাস মহোৎসৱ উপভোগ কৰিবলৈ৷ৰাসকলৈ অসংখ্য খাদ্য সম্ভাৰৰ লগতে অসংখ্য অস্থায়ী বিপনী স্থাপন কৰিছে৷ৰাস যাত্ৰীয়ে উক্ত অস্থায়ী আৰু স্থায়ী ব্যৱসায় প্ৰতিষ্ঠানত ভীৰ কৰা দেখা গৈছে৷বিশেষকৈ অস্থায়ী ভাবে প্ৰতিষ্ঠা কৰা থলুৱা পিঠাপনাৰ বিপনীত অসংখ্য ৰাইজৰ সমাবেশেে উৎসাহীত কৰিছে উক্ত ক্ষুদ্ৰ ব্যৱসায়ী সকলক৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्ली की खराब हवा पर भारत में अमेरिकी राजदूत ने जताई चिंता, क्या कहा? #shorts (BBC Hindi)
दिल्ली की खराब हवा पर भारत में अमेरिकी राजदूत ने जताई चिंता, क्या कहा? #shorts (BBC Hindi)
હારીજ ગર્લ્સ હાઈસ્કૂલ ખાતે ભારતિય જનતા પાર્ટી દ્વારા બાળા ઓનું હિમોગ્લોબીન ચેકઅપ કેમ્પ યોજાયો
હારીજ શહેર ખાતે આવેલ ગર્લ્સ હાઈસ્કૂલમા મહિલા મોરચા ની આગેવાનીમાં કે.પી.અને ગર્લ્સ સ્કૂલ માં બાળા...
Ola Electric ने S1 Series पर पेश किया Republic Day Offer, 31 जनवरी तक मिलेगा 25 हजार रुपये डिस्काउंट
Ola Electric ने अपनी S1 Series पर 25 हजार रुपये तक के विशेष ऑफर देने की घोषणा की है। कंपनी की ओर...