আজি সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ ৬২ তম প্ৰতিষ্ঠা দিৱস || ঢকুৱাখনা ৰাজীৱ ভৱন প্ৰাংগণত যুৱ কংগ্ৰেছৰ পতাকা উত্তোলন || কায্যসূচীত উপস্থিত থাকে ঢকুৱাখনা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি তৰুণ চেতিয়া, মহিলা সভানেত্রী কুসুম বৰুৱা, ব্লক কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক শৰৎ পাতিৰ, ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱাকে আদি কৰি কংগ্ৰেছ কৰ্মী সকল উপস্থিত থাকে। ইপিনে "যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা" দিৱসৰ গই পবিত্ৰ দিনটোত সংগঠনটোৰ প্ৰতিজন যুৱ যোদ্ধালৈ আন্তৰিক শুভেচ্ছা জনালোঁ কংগ্ৰেছ কৰ্মী সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Volvo C40 Recharge Electric SUV की जमकर हो रही बुकिंग, 63 लाख से शुरू होती है कीमत; मिलते हैं तगड़े फीचर्स
Volvo C40 Recharge कंपनी की पहली बोर्न इलेक्ट्रिक कार है। कंपनी ने इस कार को 6125000 रुपये की...
'40% कमीशन वाली BJP सरकार' राहुल गांधी समेत कई नेताओं की बढ़ी मुश्किलें, मानहानि मामले में कोर्ट ने समन भेजा
बेंगलुरु, कांग्रेस के पूर्व अध्यक्ष राहुल गांधी अपने एक बयान के चलते पहले से ही मुश्किलों...
Asian Para Games:एशियन पैरा गेम्स के खिलाड़ियों से मिले PM Modi, कहा- देश को आप पर गर्व है | Aaj Tak
Asian Para Games:एशियन पैरा गेम्स के खिलाड़ियों से मिले PM Modi, कहा- देश को आप पर गर्व है | Aaj Tak
মৰিগাঁও জিলা সত্ৰমহাসভাৰ গোচৰ
দক্ষিণপাত সত্ৰৰ সত্ৰাধিকাৰৰ বিৰুদ্ধে মৰিগাঁও থানাত গোচৰ । নকল বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰাৰ অভিযোগত...