আজি নাৰায়ণপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত সাহিত্য সাধনা মঞ্চ অসমৰ লখিমপুৰ জিলা সমিতি গঠন কৰা হয় ৷ হিমাশ্ৰী বায়ন দত্ত আৰু জয়ন্ত শইকীয়াই আহ্বান জনোৱা সভাখনত সভাপতিত্ব কৰে সাহিত্যিক , সাংবাদিক জগত গগৈয়ে ৷ সভাখনত বিজিত গগৈক সভাপতি আৰু জয়ন্ত শইকীয়াক সম্পাদক লগতে বিকাশ মহন্তক সহ-সম্পাদক , মীনাক্ষী গুৱলাক পত্ৰিকা সম্পাদক , লেখিকা বৰাক সাহিত্য সম্পাদক , পদ্ম বৰা আৰু দিব্যজ্যোতি ভূঞাক প্ৰচাৰ সম্পাদক ৰুপে সভাই দায়িত্ব প্ৰদান কৰে ৷ সাহিত্য সাধনা মঞ্চৰ জিলা সমিতি খনৰ জৰিয়তে সাহিত্য জগত খনৰ অধিক অগ্ৰগতি আশা কৰিছে উপস্থিতসকলোৱে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰ মহাবিদ্যালয়ৰ বিসংগতি দূৰ কৰি শৈক্ষিক দিশ উত্তৰণ কৰাৰ দাবীৰে কেইবাটাও সংগঠনৰ ধৰ্ণা কাৰ্যসূচী
গোৰেশ্বৰ মহাবিদ্যালয়ৰ বিসংগতি দূৰ কৰি শৈক্ষিক দিশ উত্তৰণ কৰাৰ দাবীৰে কেইবাটাও সংগঠনৰ ধৰ্ণা কাৰ্যসূচী
गणेशोत्सवासाठी पोलिसांची अतिरिक्त कुमक मागवणार...... पोलीस अधिक्षक मनिष कलवानिया
गणेशउत्सव नागरिकांनी शांततेत साजरा करावा..... उपविभागीय अधिकारी.माणिक आहेर
वैजापूर /गंगापूर...
ઘોઘામાં પિરાને પીર દસ્તગીરના ચિલ્લા ખાતે ગયારવી શરીરની ભવ્ય ઉજવણી,હજારો લોકો ઉમટી પડ્યા
ઘોઘામાં પિરાને પીર દસ્તગીરના ચિલ્લા ખાતે ગયારવી શરીરની ભવ્ય ઉજવણી,હજારો લોકો ઉમટી પડ્યા
নাহৰকটীয়াত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা হয় আন্তঃ নাহৰকটীয়া মহকুমা পাঞ্জা প্ৰতিযোগিতা ।
নাহৰকটীয়াত পোনপ্ৰথম বাৰৰ বাবে আয়োজন কৰা হৈছে আন্তঃ নাহৰকটীয়া মহকুমা পাঞ্জা প্ৰতিযোগিতা ।...
सोनारी ग्रामपंचायत के वार्ड5में प्रधानमंत्री आवास योजना आवास में निर्माणकार्य में व्यापक भ्रष्टाचार
सोनारी ग्रामपंचायत के वार्ड5में प्रधानमंत्री आवास योजना आवास में निर्माणकार्य में व्यापक भ्रष्टाचार