নলবাৰী জিলাৰ বিশিষ্ট কংগ্ৰেছ নেতা,ক্ৰীড়া সংগঠক তথা নলবাৰী কলেজৰ অৱসৰি অধ্যাপক ট্ৰিকেন দাসৰ আজি পূৱা গুৱাহাটী জি এন আৰ চি হস্পিতালত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়৷তেওঁৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ নলবাৰী৷জীৱিত কালত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপনা কৰাৰ লগতে এজন সুদক্ষ ক্ৰীড়া সংগঠক হিচাবে পৰিচিত আছিল৷তেওঁ কংগ্ৰেছ দলৰ কৰ্মী হিচাবে বহুতো ঘাটপ্ৰতিঘাটৰ মাজত দিন নিয়াব লগা অৱস্থা হৈছিল৷আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে নলবাৰী সমাজজীৱনৰ লগত জৰিত অজস্ৰ গুনমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सबसे सस्ती SUV Nissan Magnite EZ Shift लॉन्च, देखिए कितनी है कीमत
सबसे सस्ती SUV Nissan Magnite EZ Shift लॉन्च, देखिए कितनी है कीमत
વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨ અંતર્ગત મતદાર જાગૃતિ માટે પાલનપુર તાલુકા ના લાલાવાડા ખાતે EVM-VVPAT નિદર્શન યોજાયું..
વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨ અંતર્ગત મતદાર જાગૃતિ માટે પાલનપુર તાલુકા ના લાલાવાડા ખાતે EVM-VVPAT...