নলবাৰী জিলাৰ বিশিষ্ট কংগ্ৰেছ নেতা,ক্ৰীড়া সংগঠক তথা নলবাৰী কলেজৰ অৱসৰি অধ্যাপক ট্ৰিকেন দাসৰ আজি পূৱা গুৱাহাটী জি এন আৰ চি হস্পিতালত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়৷তেওঁৰ মৃত্যুৰ বাতৰিত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ নলবাৰী৷জীৱিত কালত তেওঁ নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপনা কৰাৰ লগতে এজন সুদক্ষ ক্ৰীড়া সংগঠক হিচাবে পৰিচিত আছিল৷তেওঁ কংগ্ৰেছ দলৰ কৰ্মী হিচাবে বহুতো ঘাটপ্ৰতিঘাটৰ মাজত দিন নিয়াব লগা অৱস্থা হৈছিল৷আজি তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে নলবাৰী সমাজজীৱনৰ লগত জৰিত অজস্ৰ গুনমুগ্ধই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राजस्थान के 16 जिलों में आज बारिश का अलर्ट:अब तक 59 फीसदी ज्यादा बरसात
राजस्थान में तीन दिन बाद आज से मानसून फिर एक्टिव होगा। बंगाल की खाड़ी में बना लो प्रेशर सिस्टम जो...
BJP ने सदन में फेंकी कुर्सियां, 12 बजे तक सदन की कार्यवाही हुई स्थगित
बिहार में जहरीली शराब से अब तक 53 लोगों की मौत हो चुकी है और ये आंकड़ा लगातार बढ़ता जा रहा है. इस...
Apple ने USB Type C पोर्ट और एडवांस फीचर्स के साथ लॉन्च की iPhone 15 सीरीज, साथ में आई Watch 9 और Ultra 2
Apple ने अपने Wanderlust 2023 इवेंट में iPhone 15 iPhone 15 Plus iPhone 15 Pro और iPhone 15 pro...
AAP ના ઉમેદવાર સંતોના આશીર્વાદ લીધા
૧૬૧ વરાછારોડ વિધાનસભાના યુવા અને શિક્ષિત ઉમેદવાર અલ્પેશ કથીરીયાએ શાંત, અહંશૂન્ય, સરળ અને...
ખાંભા તાલુકાના જુના માલકનેશ ગામે વિકસિત ભારત સંકલ્પ યાત્રા રથને મળ્યો મીઠેરો આવકાર
ખાંભા તાલુકાના જુના માલકનેશ ગામે વિકસિત ભારત સંકલ્પ યાત્રા રથને આવકારવામાં આવ્યો
સરકારની...