চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ২নং ৰামু গাঁৱত আজি দেওবাৰে বিয়লি প্ৰায় তিনি বজাত অসম চৰকাৰৰ জল জীৱন মিচনৰ আঁচনিৰ অধীনতনিৰ্মান সম্পন্ন কৰি উলিওৱা পানী যোগান আঁচনি এখনৰ শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে।এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে জনস্বাস্থ্যআৰু কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী বৃন্দ আৰু স্থানীয় বহু সংখ্যক লোক উপস্থিত থাকে।এই পানী যোগান আঁচনি খনে ৰাইজৰ দীৰ্ঘ দিনীয়া সমস্যা সমাধান কৰিব বুলি মন্ত্ৰীজনে মত প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Farmers Protest Updates: ट्रैक्टरों से रवाना हुए किसान, सीमाओं पर पुलिस का पहरा सख्त, रिपोर्ट देखिए
Farmers Protest Updates: ट्रैक्टरों से रवाना हुए किसान, सीमाओं पर पुलिस का पहरा सख्त, रिपोर्ट देखिए
Hyderabad Cracker Shop Fire : हैदराबाद में पटाखों की दुकान में आग लगी, एक मिनट में सब कुछ तबाह
Hyderabad Cracker Shop Fire : हैदराबाद में पटाखों की दुकान में आग लगी, एक मिनट में सब कुछ तबाह
Ratnagiri: मध्यरात्री जिल्हा रूग्णालयात आमदार साळवी दाखल झाले अन्... काय घडले?
Ratnagiri: मध्यरात्री जिल्हा रूग्णालयात आमदार साळवी दाखल झाले अन्... काय घडले?
জোনাইত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ জন্ম দিৱস উদযাপন
জোনাইত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ জন্ম দিৱস উদযাপন