ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ লাচিত নগৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত বৃহস্পতিবাৰে সন্ধিয়া সাত মান বজাত খোজ কাঢ়ি গৈ থকা মহিলাক খুন্দিয়ালে স্কুটিয়ে। দুৰ্ঘটনাত স্কুটি চালক আৰু মহিলা দুয়োগৰাকীয়ে আহত হয়। ততাতৈয়াকৈ স্থানীয় লোকৰ তৎপৰতাত দুয়োক মৰাণ মেডিকেল চেণ্টাৰলৈ নিয়া হয়। ।জানিব পৰা মতে লাচিত নগৰ নিৱাসী ৬৫ বছৰীয়া প্ৰনতী কাকতি ক খটখটিৰ নিৱাসী সুশান্ত দাসে স্কুটিৰে মৰাণৰ দিশে আহি থাকোতে খুন্দিয়ায় যাৰ ফলত দুয়ো আহত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lebanon pager attack: कभी Communication के लिए इस्तेमाल होने वाला पेजर कैसे बना बम? (BBC Hindi)
Lebanon pager attack: कभी Communication के लिए इस्तेमाल होने वाला पेजर कैसे बना बम? (BBC Hindi)
নলবাৰীত বৰদৈচিলা থিয়েটাৰ এই বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন কৰিলে অভিনেতা যতীন বৰাই
বৰদৈচিলা থিয়েটাৰ চলিত বৰ্ষৰ নাট্য যাত্ৰাৰ শুভ উদ্বোধন।নলবাৰীৰ পানীগাঁও আদৰ্শ বিদ্যাপীঠ...
চফ্ৰাইত পেভাৰ ব্লক ৰাষ্টা উদ্বোধন কৰিলে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আজি চফ্ৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত কৰিয়াফলা পেভাৰ ব্লক...
विठ्ठलवाडी येथे निर्माल्य संकलन, पोलीस अधीक्षकांनी दिली भेट
श्री क्षेत्र विठ्ठलवाडी येथील भीमा नदीच्या घाटावर मेन चौक प्रतिष्ठान व ग्रामस्थ यांच्या वतीने...