ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ লাচিত নগৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত বৃহস্পতিবাৰে সন্ধিয়া সাত মান বজাত খোজ কাঢ়ি গৈ থকা মহিলাক খুন্দিয়ালে স্কুটিয়ে। দুৰ্ঘটনাত স্কুটি চালক আৰু মহিলা দুয়োগৰাকীয়ে আহত হয়। ততাতৈয়াকৈ স্থানীয় লোকৰ তৎপৰতাত দুয়োক মৰাণ মেডিকেল চেণ্টাৰলৈ নিয়া হয়। ।জানিব পৰা মতে লাচিত নগৰ নিৱাসী ৬৫ বছৰীয়া প্ৰনতী কাকতি ক খটখটিৰ নিৱাসী সুশান্ত দাসে স্কুটিৰে মৰাণৰ দিশে আহি থাকোতে খুন্দিয়ায় যাৰ ফলত দুয়ো আহত হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*લાખણી તાલુકા કક્ષાના ધ્વજવંદન કાર્યક્રમ માં વાસણા પ્રાથમિક શાળા ના શિક્ષક શ્રી વિજયસિંહ વિહોલ ને શ્રેષ્ઠ શિક્ષક ના એવોર્ડ થી સન્માનિત કરવામાં આવેલ*
લાખણી તાલુકા નો તાલુકા કક્ષાનો ધ્વજ વંદન કાર્યક્રમ કમોડી ખાતે મુખ્યમહેમાન શ્રી જીલ્લા નાયબ...
फाटक नहीं खोलने पर दो बदमाशों ने गर्दन पर पिस्तोल तानकर गेटमैन को दी जान से मारने की धमकी
कोटा। बारां रेलवे स्टेशन के पास बुधवार को दो बदमाशों द्वारा गर्दन पर पिस्तोल तानकर फाटक खोलने के...
केंद्र, त्रिपुरा सरकार और दो उग्रवादी संगठनों NLFT और ATTF के बीच शांति समझौता हुआ
त्रिपुरा में शांति के लिए बुधवार को केंद्र सरकार, त्रिपुरा, दो उग्रवादी संगठन नेशनल लिब्रेशन...
বৰমাত সমন্বয়ী কলাকেন্দ্ৰৰ উদ্যোগত আজি দ্বিতীয় দিনাও বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নিছিনালৈ বৰমাত আৰম্ভ হৈছে বিহু নাচৰ কৰ্মশালা
#অসমৰ...