মৰাণত আজিৰে পৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্ষেত্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জৱাহৰ নৱোদয় বিদ্যালয়সমূহে । অৱশ্যে মনিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মনিপুৰে অংশ্ৰগ্ৰহন কৰা নাই এই প্ৰতিযোগিতাত । মৰাণ ডোমৰ দলং স্থিত জৱাহৰ নৱোদয় বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ মূখ্য প্ৰবন্ধক চন্দ্ৰমা সোনোৱালে । মৰাণ ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজীৱ সিংহ ফুকন, নৱোদয় বিদ্যালয় সমিতিৰ বিষয়-ববীয়া আৰু ক্ৰীড়াৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰা হয় । ১৪ বছৰ অনুৰ্ধ, ১৭ বছৰৰ অনুৰ্ধ আৰু ১৯ বছৰৰ অনুৰ্ধৰ মুঠ ৬০ খন খেল অনুষ্ঠিত হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
গোৰেশ্বৰৰ N's Dream Academyৰ নৱাগত আদৰণি সভা
গোৰেশ্বৰৰ N's Dream Academyৰ নৱাগত আদৰণি সভা
મહીસાગર જિલ્લામાં બાકોર પોલીસે વિદેશી દારૂ ઝડપી પાડ્યો.. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ
મહીસાગર જિલ્લામાં બાકોર પોલીસે વિદેશી દારૂ ઝડપી પાડ્યો.. જુઓ વૉઈઝ ઑફ મહીસાગર ન્યુઝ
TET TAT Gandhinagar Andolan ની અસર!, 7500 કાયમી શિક્ષકોની થશે ભરતી મંત્રી ઋષિકેશ પટેલની જાહેરાત
TET TAT Gandhinagar Andolan ની અસર!, 7500 કાયમી શિક્ષકોની થશે ભરતી મંત્રી ઋષિકેશ પટેલની જાહેરાત
2 सैनिक अगवा, Israel Army ने घर में घुसकर Hezbollah को तबाह कर दिया
2 सैनिक अगवा, Israel Army ने घर में घुसकर Hezbollah को तबाह कर दिया
মৰাণত অসমীয়া থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই উঠিছে আটক ধুনীয়া বাঁহেৰে নিৰ্মিত বিশাল মণ্ডপ
*Moran Durga Puja Preparation*
মৰাণত অসমীয়া থলুৱা শিল্পীৰ পৰশত প্ৰাণ পাই...