মৰাণত আজিৰে পৰা জৱাহৰ নৱোদয় বিদ্যালয়ৰ ক্ষেত্ৰীয় পৰ্য্যায়ৰ ফুটবল প্ৰতিযোগিতা । তিনিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ জৱাহৰ নৱোদয় বিদ্যালয়সমূহে । অৱশ্যে মনিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মনিপুৰে অংশ্ৰগ্ৰহন কৰা নাই এই প্ৰতিযোগিতাত । মৰাণ ডোমৰ দলং স্থিত জৱাহৰ নৱোদয় বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰে ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ মূখ্য প্ৰবন্ধক চন্দ্ৰমা সোনোৱালে । মৰাণ ক্ৰীড়া সন্থাৰ সম্পাদক ৰাজীৱ সিংহ ফুকন, নৱোদয় বিদ্যালয় সমিতিৰ বিষয়-ববীয়া আৰু ক্ৰীড়াৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰা হয় । ১৪ বছৰ অনুৰ্ধ, ১৭ বছৰৰ অনুৰ্ধ আৰু ১৯ বছৰৰ অনুৰ্ধৰ মুঠ ৬০ খন খেল অনুষ্ঠিত হব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উজনিত কংগ্ৰেছ আৰু ৰাইজৰ দলত মোক্ষম আঘাত
উজনিত কংগ্ৰেছ আৰু ৰাইজৰ দলত মোক্ষম আঘাত
চচলত ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰতিবাদ।
চচলত ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেচনেলৰ প্ৰতিবাদ।
Pok को भारत में मिलाने को लेकर Farooq Abdullah का विवादित बयान | Rajnath Singh | Jammu Kashmir
Pok को भारत में मिलाने को लेकर Farooq Abdullah का विवादित बयान | Rajnath Singh | Jammu Kashmir
AMC૮૨ અર્બન હેલ્થ સેન્ટર અને ૧૦ કૉમ્યુનિટી હેલ્થ સેન્ટર માં વિવિધ પ્રકાર ટેસ્ટિંગ નિશુલ્ક કરી શકાશે!
અમદાવાદ મહાનગપાલિકા દ્વારા ૮૨ અર્બન હેલ્થ સેન્ટર અને ૧૦ કૉમ્યુનિટી હેલ્થ સેન્ટર ને અપગ્રેડ...