নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখালা গাওঁ নিবাসি তথা বৰখালা চকৰ বিশিষ্ট ব্যৱসায়ী গৌতম দাস(৫১)ৰ আজি পূৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়৷মৃত্যুৰ দুবছৰমান আগৰে পৰা শাৰিৰীক অসুস্থতাৰ বাবে সময়ে সময়ে চিকিৎসাধীন হৱ লগা হৈছিল সদ্য প্ৰয়াত দাস৷এনেদৰে চিকিৎসা অব্যাহত থকাৰ মাজতে আজি নিচেই পুৱা শেষ নিশ্বাস ত্যাগ কৰে৷পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি উপাধ্যক্ষ গিৰীশ চন্দ্ৰ দাসৰ পুত্ৰ গৌতমৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলজুৰি শোকস্তব্ধ কৰি তুলিছে৷ইতিমধ্যে বৰখালা চক ব্যৱসায়ী সন্থাই বিশিষ্ট ব্যৱসায়ী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে৷ইয়াৰোপৰি অঞ্চলৰ বহুতো দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে৷মৃত্যুৰ সময়ত তেওঁ বৃদ্ধ পিতৃৰ লগতে পত্নী,এগৰাকী পুত্ৰ,এগৰাকী কন্যাৰ উপৰিও ভাই ভগ্নী অজস্ৰ আত্মীয় স্বজনক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
BSNL 5G लॉन्च पर लेटेस्ट अपडेट, क्या जियो-एयरटेल से सस्ती होगी सर्विस?
BSNL 5G ज्योतिरादित्य सिंधिया ने कहा अगले साल मई-जून में कंपनी 4जी टावरों को इंस्टॉल कर देगी।...
Imran Khan Arrest: पाकिस्तान के पूर्व पीएम इमरान खान गिरफ्तार, कोर्ट से ही उठाकर ले गए पाक रेंजर्स
पाकिस्तान के पूर्व प्रधानमंत्री इमरान खान की मुश्किलें बढ़ गई हैं। पाकिस्तान तहरीक-ए-इंसाफ (PTI)...
વિંછીયા પોસ્ટેના ચોરીના ગુન્હામાં છેલ્લા ૧૫ વર્ષથી નાસતા-ફરતા આરોપીને પકડી પાડતી પેરોલ-ફર્લો સ્કોર્ડ
વિંછીયા તથા જામનગર જીલ્લાના ધ્રોલ પોસ્ટેના ચોરીના ગુન્હામાં છેલ્લા ૧૫ વર્ષથી નાસતા-ફરતા આરોપીને...
લઠ્ઠાકાંડમાં 19ના મોત, ખાસ ઝેરી કેમિકલથી ‘લઠ્ઠો’ તૈયાર કરાયાનું ખુલ્યું ! રાજુ-પિન્ટુ નામના ઇસમોની અટકાયત
બોટાદમાં રોજિદ ગામે સર્જાયેલા લઠ્ઠાકાંડમાં 19 લોકોના મોત થઈ જતા ગુજરાતમાં દારૂબંધીના અમલની પોલ...