শোণিতপুৰৰ বালিপৰাত টাইকোৱানডো প্ৰতিযোগীতা। শোনিতপুৰ জিলাৰ তৃতীয় সংখ্যক টাইকোৱানডো প্ৰতিযোগীতাখনি অনুষ্ঠিত হয় শোণিতপুৰৰ বালিপৰাত।শোণিতপুৰ জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত বালিপৰা টাইকোৱানডো একাডেমিৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগীতা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগীতাখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে। উল্লেখ্য যে এই প্ৰতিযোগীতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকলে সদৌ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া ৩৭ সংখ্যক সদৌ অসম টাইকোৱানডো প্ৰতিযোগীতাত অংশগ্ৰহন কৰিবলৈ সুবিধা পাব।উক্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમદાવાદ શાહીબાગ સર્કિટ હાઉસ ખાતે હિન્દી મહાસંઘ દ્વારા નવા પદાધિકારીઓની નિયુક્તિ.
અમદાવાદ શાહીબાગ સર્કિટ હાઉસ ખાતે હિન્દી મહાસંઘ દ્વારા નવા પદાધિકારીઓની નિયુક્તિ.
અંબાજી પોલીસ સ્ટેશન મા આજે પોલીસ જવાનો ને ચૂંટણી અંગે તેમની કામગીરી વિશે માહિતીગાર કર્યા,
અંબાજી પોલીસ સ્ટેશન મા આજે પોલીસ જવાનો ને ચૂંટણી અંગે તેમની કામગીરી વિશે માહિતીગાર કર્યા, ...
BREAKING NEWS: तीसरे चरण की वोटिंग से पहले Samajwadi Party का बड़ा फैसला | Aaj Tak News
BREAKING NEWS: तीसरे चरण की वोटिंग से पहले Samajwadi Party का बड़ा फैसला | Aaj Tak News
લાઈવ ડેમોસ્ટ્રેશન અપાયું સગર્ભા માતાઓને
.આ.કેન્દ્ર દેરોલ વિસ્તારના સગર્ભા માતાઓ તથા પ્રાથમિક શાળા ના બાળકો ને પોષણયુક્ત આહાર તથા એનિમિયા...
দেৱালী উপলক্ষে ২৬ অক্টোবৰত খাৰুপেটীয়াত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান
দিবালি উপলক্ষে ২৬ অক্টোবৰ ত খাৰুপেটীয়া ত অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান