শোণিতপুৰৰ বালিপৰাত টাইকোৱানডো প্ৰতিযোগীতা। শোনিতপুৰ জিলাৰ তৃতীয় সংখ্যক টাইকোৱানডো প্ৰতিযোগীতাখনি অনুষ্ঠিত হয় শোণিতপুৰৰ বালিপৰাত।শোণিতপুৰ জিলা টাইকোৱানডো সংস্থাৰ উদ্যোগত বালিপৰা টাইকোৱানডো একাডেমিৰ সহযোগত অনুষ্ঠিত হোৱা এই প্ৰতিযোগীতা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগীতাখনিত জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰায় সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে। উল্লেখ্য যে এই প্ৰতিযোগীতাত স্থান প্ৰাপ্ত প্ৰতিযোগীসকলে সদৌ অসম টাইকোৱানডো সন্থাৰ উদ্যোগত অনুষ্ঠিত হব লগীয়া ৩৭ সংখ্যক সদৌ অসম টাইকোৱানডো প্ৰতিযোগীতাত অংশগ্ৰহন কৰিবলৈ সুবিধা পাব।উক্ত প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Muscle Building Diet for Beginners | Full day of Eating | Yatinder Singh
Muscle Building Diet for Beginners | Full day of Eating | Yatinder Singh
VAN DHAN VIKAS KENDRA MELA WAS INAUGURATED BY CHIEF MINISTER BIREN SINGH
Imphal: Manipur Chief Minister N. Biren Singh inaugurated the Van Dhan Vikas Kendra Mela,...
સુરતમા PAAS દ્વારા તિરંગા પદયાત્રાનું આયોજન કરવામાં આવ્યું મોટી સંખ્યામાં યુવાનો જોડાયા
સુરતમા PAAS દ્વારા તિરંગા પદયાત્રાનું આયોજન કરવામાં આવ્યું મોટી સંખ્યામાં યુવાનો જોડાયા
माजी खासदार तथा शिंदे गट संपर्कप्रमुख सुरेश जाधव यांनी घेतली मुख्यमंत्री एकनाथ शिंदे यांची दुसऱ्यांदा भेट
माजी खासदार तथा संपर्कप्रमुख सुरेश जाधव यांनी घेतली मुख्यमंत्री एकनाथ शिंदे यांची दुसऱ्यांदा भेट...
বিহালীত ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ স্থায়ী কাৰ্য্যালয় আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ
বিহালীত ভাৰতীয় জনতা পাৰ্টি মণ্ডল সমিতিৰ স্থায়ী কাৰ্য্যালয় আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ