নলবাৰী জিলাৰ বৰভাগৰ কহাঁৰঝাৰত এজন যুৱকৰ আত্মহত্যাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷জানিব পৰা মতে ৰূপম চক্ৰৱৰ্তী নামৰ ৩৫ বছৰীয়া যুৱক জনক নিজৰ বস্তিৰ পিচফালে চিপলোৱা অৱস্থাত পিতৃয়ে দেখি হুৱাদুৱা লগাই৷অৱশেষত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি নলবাৰীলৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷আত্মহত্যাৰ কাৰণ জানিব পৰা হোৱা নাই৷উচ্চ শিক্ষিত তথা এটা বেচৰকাৰী প্ৰতিষ্ঠানত কৰ্মৰত আছিলঁ যুৱক জন৷আনহাতে পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান আছিল নিহত ৰূপম চক্ৰৱৰ্তী৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Tesla के मालिक Elon Musk ने Piyush Goel से X पर मांगी माफी, जानिए क्या है वज
Piyush Goel ने आज यानी मंगलवार को Tesla की मैन्युफैक्चरिंग फैसिलिटी का दौरा किया। इस दौरान Tesla...
Pune :वाघोली येथील किरण पवार आंतरराष्ट्रीय पुरस्काराने सन्मानित
Pune : किरण पवार आंतरराष्ट्रीय पुरस्काराने सन्मानित
ABVP એ Election સંદર્ભે રજુઆત કરી
ABVP એ Election સંદર્ભે રજુઆત કરી
ગારીયાધાર ના ગ્રામ્ય વિસ્તારોમાં થી ત્રણ ઈસમો હાર જીતનો જુગાર રમતા ઝડપાયા
ગારીયાધાર ના ગ્રામ્ય વિસ્તારોમાં થી ત્રણ ઈસમો હાર જીતનો જુગાર રમતા ઝડપાયા
गाड़ियों में 360 कैमरा सेटअप होना कितना जरूरी? जानें इसके फायदे
360 डिग्री कैमरा सेटअप गाड़ी के अलग अलग हिस्सों में कुछ कैमरा एक सॉफ्टवेयर के जरिए पेयर्ड होते...