অৰুণাচল প্ৰদেশৰ ইটানগৰত সদৌ অৰুনাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ মাজত দুয়োখন ৰাজ্য মাজত অবৈধ অনুপ্ৰৱেশৰ সমস্যা আৰু দুয়ো ৰাজ্য মাজত থকা আন্তঃৰাজ্যিক সীম সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ অনুষ্ঠিত হোৱা "এদিনীয়া ঐতিহাসিক সমাৱেশ"ৰ কিছু অংশ।
অৰুণাচল প্ৰদেশৰ ইটানগৰত সদৌ অৰুনাচল প্ৰদেশ ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাৰ মাজত দুয়োখন ৰাজ্য মাজত আলোচনা
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/07/nerity_4c40edb2337e1cb7dc74b74a1cf703a3.jpg)