কিছুমান পথৰ অৱস্থাই সচাকৈয়ে ৰাইজক হাৰাশাস্তি খুৱাই আছে৷এইটো হৈছে নলবাৰী আৰু হাজো সমষ্টিৰ মাজৰ অতি গুৰত্বপূৰ্ন পথ৷নলবাৰী সমষ্টিৰ পূৰ্নদৈচপৰা(লহকৰপাৰা)ৰ পৰা হাজো সমষ্টিৰ চাপোন সংযোগী উক্ত পথচোৱা মেৰামতিৰ বাবে ৰাইজে দীৰ্ঘদিনৰ পৰা স্থানীয় জনপ্ৰতিনিধিক অনুৰোধ জনাই আহিছে যদিও তেওঁলোকে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই৷ফলত এজাক বৰষুণ দিলে বোকাপানীৰে একাকাৰ হৈ পৰে পথচোৱা৷হাতত চেন্দেললৈ পথটোত অহাযোৱা কৰিব লগা অৱস্থা হয়৷সেয়েহে ৰাইজে পুনৰাই পথটো যাতায়তৰ উপযোগী কৰাৰ বাবে জনপ্ৰতিনিধিক দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तानाजी सावंत यांची मंत्रीपदी निवड होताच सकाळ मराठा समाजाकडून बीड मध्ये जलोश.
बीड :- तानाजी सावंत यांची मंत्रीपदी निवड होताच सकाळ मराठा समाजाकडून जलोश
बीड :- आज राज्य...
दीपावली से पूर्व हो पूरे शहर की सफाई – नगर परिषद सभापति
दीपावली पर्व के दौरान शहर में सफाई व्यवस्था बनाए रखने को लेकर गुरूवार को नगर परिषद...
ધાનેરા ના માલોતરા ગામે વડેચી ગૌશાળા ટ્રસ્ટના ડાયરામાં રૂપિયાઓનો વરસાદ... #newsgujaratilive,
ધાનેરા ના માલોતરા ગામે વડેચી ગૌશાળા ટ્રસ્ટના ડાયરામાં રૂપિયાઓનો વરસાદ... #newsgujaratilive,
દાહોદ વિધાનસભાના ભાજપના ઉમેદવાર કનૈયાલાલ બચુભાઈ કિશોરીએ ફોર્મ ભર્યું@Live24 NewsGujarat
દાહોદ વિધાનસભાના ભાજપના ઉમેદવાર કનૈયાલાલ બચુભાઈ કિશોરીએ ફોર્મ ભર્યું@Live24 NewsGujarat