সম্প্ৰতি খৰাং বতৰৰ বাবে বহুতো খেতিপথাৰত পানী নোহোৱা হোৱাত কৃষক সকল বিপদত পৰিছে৷বৰ্তমান বেচিভাগ পথাৰৰে খেতিয়কে বৰষুণৰ অপেক্ষাত ৰৈ থাকিব লগা অৱস্থা হৈছে৷কাৰণ চৰকাৰী জলসিঞ্চন ব্যৱস্থা আছে যদিও সময়ত কৃষকক পানী যোগান ধৰিব নোৱাৰে বিভাগটোৱে৷ ইয়াৰ ভিতৰত নলবাৰী জিলাৰ বাহাৰঘাটৰ বৰলীয়া নৈৰ গৰখীয়া থান জলসিঞ্চন কেন্দ্ৰটোৰ কথাই উল্লেখ কৰিব পাৰি৷উক্ত কেন্দ্ৰটোৰ বৈদ্যুতিক মটৰকে ধৰি বহুতো সামগ্ৰী চোৰে নিয়াত সম্প্ৰতি কেন্দ্ৰটো বিকল হৈ আছে৷আনহাতে উক্ত কেন্দ্ৰৰ ওচৰতে থকা হাতীমাৰী কেন্দ্ৰটোৰ পানী পৰিবাহী নলা সমূহ ঠিকাদাৰে এটাবছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে৷বৰ্তমান নলাটোৰ কাষতে শিলবালি আৰু ইটা সমুহ সিচৰিত হৈ পৰি আছে৷ৰাইজৰ মতে ঠিকাদাৰে মইমতালিৰে কামটো সম্পূৰ্ণ নকৰিলে৷ৰাজনৈতিক আশীষপূষ্ঠ এইসকল ঠিকাদাৰৰ ক্ষেত্ৰত বিভাগেও কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে৷ফলত ৰাইজে যন্ত্ৰণা ভোগ কৰিব লগীয়া হৈছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
OnePlus यूजर्स की मौज! OxygenOS 15 अपडेट हुआ लॉन्च, फोन चलाने का मजा होगा दोगुना
OnePlus ने OxygenOS 15 को अनवील कर दिया है। इस अपडेट को एआई और कई अपग्रेड फीचर्स के साथ कंपनी...
અમરેલી જીલ્લા જેલમાથી બે વર્ષથી વચગાળાના જામીન રજા પરથી ફરાર પાકા કામના લીસ્ટેડ પરપ્રાંતિય કેદી ને પકડી પાડતી પેરોલ ફર્લો સ્કવોર્ડ અમરેલી
છેલ્લાં બે વર્ષથી અમરેલી જીલ્લા જેલમાથી વચગાળાના જામીન રજા પરથી ફરાર પાકા કામના લીસ્ટેડ...
सरकार की पहली वर्षगांठ पर बूंदी में जिला स्तरीय अंत्योदय शिविर का आयोजन
राज्य सरकार की पहली वर्षगांठ के उपलक्ष्य में आयोजित कार्यक्रमों की श्रृंखला में रविवार को नैनवां...
"हरियालो राजस्थान" अभियान के तहत कस्बे में पौधारोपण करने के लिए तहसीलदार ने हरी झंडी दिखाकर किया रवाना
कोटा. कनवास कस्बे में राजकीय उच्च माध्यमिक विद्यालय में "मुख्यमंत्री हरियालो राजस्थान" ...