মৰাণত জাপানীজ এনকেফেলাইটিছৰ আতংক । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু । অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মৰাণ বিষ্ণুনগৰ মুক্তি নাথ চেতিয়া পথ নিবাসী অনিল ফুকন (৬০) নামৰ লোকজনে । প্ৰায় একসপ্তাহ পূৰ্বে চিকিৎসাধীন হবলগীয়া হৈছিল লোকজনে । আজি চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় লোকজনে । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই এনকেফেলাইটিছ ৰোগৰ প্ৰা দুৰ্ভাৱৰ বিষয়ে অৱগত হোৱাৰ পিছতো প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণ চকলীয়াত পথ দুৰ্ঘটনাত কথমপি ৰক্ষা চালকৰ। সামগ্ৰী কঢ়িওৱা বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত।
ডিবগড় জিলাৰ মৰাণ ৰাজহচক্ৰ বিষয়াৰকাৰ্য্যালয়ৰ মৰাণ আৰক্ষীথানাৰ অন্তৰ্গত চেপন চকলীয়াত কথমপি...
মাজুলীত চিকিৎসা শিবিৰ
মাজুলীৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ উদ্যোগত ডিব্ৰুগড় আদিত্য...
বোকাখাতৰ এশখন বিচনাযুক্ত অসামৰিক মহকুমা চিকিৎসালয়ৰ নিৰ্মাণৰ দুবছৰ নহওঁতেই চাদত মেলিছে ফাঁট
বোকাখাতৰ এশখন বিচনাযুক্ত অসামৰিক মহকুমা চিকিৎসালয়ৰ নিৰ্মাণৰ দুবছৰ নহওঁতেই চাদত মেলিছে ফাঁট
લીમડી નગરપાલિકાના સફાઈ કામદાર શ્રી કનુબેન પરમાર નો એક વિશિષ્ટ અને વંદનીય વિદાય સમારંભ યોજાયો
લીમડી નગરપાલિકાના સફાઈ કામદાર શ્રી કનુબેન પરમાર નો એક વિશિષ્ટ અને વંદનીય વિદાય સમારંભ યોજાયો
মৰাণত প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে চুতীয়া ছাত্ৰ সন্থাই
মৰাণত প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে চুতীয়া ছাত্ৰ সন্থাই