মৰাণত জাপানীজ এনকেফেলাইটিছৰ আতংক । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু । অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় মৰাণ বিষ্ণুনগৰ মুক্তি নাথ চেতিয়া পথ নিবাসী অনিল ফুকন (৬০) নামৰ লোকজনে । প্ৰায় একসপ্তাহ পূৰ্বে চিকিৎসাধীন হবলগীয়া হৈছিল লোকজনে । আজি চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱতি লয় লোকজনে । ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই এনকেফেলাইটিছ ৰোগৰ প্ৰা দুৰ্ভাৱৰ বিষয়ে অৱগত হোৱাৰ পিছতো প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Mohmmad Shami Bengal की इस सीट से लड़ सकते हैं Lok Sabha चुनाव | Aaj Tak News
Breaking News: Mohmmad Shami Bengal की इस सीट से लड़ सकते हैं Lok Sabha चुनाव | Aaj Tak News
पटवार मंडल के भवन की ढही दीवार हादसा होने से बचे।
नमाना से क्षेत्र में लगातार बरसात के चलते बरुन्धन कस्बे के मुख्य बाजार में...
চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন
চৰাইদেউ জিলা কৰ্মচাৰী পৰিষদৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন।
बार्शी तालुक्यातील ५० गावांतील विकासासाठी ५ कोटी रुपयांचा निधी मंजूर - आमदार राजेंद्र राऊत
भाजपा जिल्हा परिषद सदस्य, पंचायत समिती सदस्य, सरपंच, उपसरपंच व ग्रामपंचायत सदस्य यांनी त्यांच्या...
મહુવાના નૈપ ગામમાં બાબા રામદેવપીર મહારાજની 35 મો પાટ ઉત્સવની ધામધૂમથી ઉજવણી કરવામાં આવી..
મહુવાના નૈપ ગામમાં બાબા રામદેવપીર મહારાજની 35 મો પાટ ઉત્સવની ધામધૂમથી ઉજવણી કરવામાં આવી..