আজি নলবাৰী সদৰ থানাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাই এজাহাৰ দাখিল কৰে৷উল্লেখ্য যে অলপতে সভাপতি গৰাকীয়ে লাভ জেহাদ সম্পৰ্কে বিতৰ্কিত মন্তব্য দি সংগঠনটোৰ ৰোখত পৰিছিল৷আজি বৰাৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিচতে যুৱমৰ্চাৰ দলটিয়ে কয় যে এটা দলক নেতৃত্ব দিয়া ব্যক্তি এজনে ভগবান শ্ৰীকৃষ্ণকো অপমান কৰিছে৷এইটো সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা৷ইতিমধ্যে আজি ভূপেন বৰাই নামঘাত ঘোষা গাই নিজৰ অপৰাধৰ ক্ষমা খোজা দেখা গৈছে৷জানিব পৰামতে আজি বৰাৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন দল সংগঠনে কটু সমালোচনা কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बिना इंटरनेट के भी ठीक समय पर सेंड हो जाएगा मेल, बस Gmail की इस ट्रिक का करना होगा इस्तेमाल
जीमेल का इस्तेमाल मेल भेजने और रिसीव करने के लिए करते हैं तो ये ट्रिक आपको भी जरूरत के समय जरूर...
World Malaria Day 2023: जानें मलेरिया रोग से बचने के सबसे आसान और सरल उपाय
World Malaria Day 2023: भारत में हर साल गर्मी बढ़ते ही मच्छरों का आतंक शुरू हो जाता है। यह...
বৃহস্পতিবাৰে অসমৰ পাঁচখন জিলাত স্থানীয় বন্ধৰ ঘোষণা প্ৰশাসনৰ
১ ছেপ্টেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বি টি আৰ)ত স্থানীয় বন্ধ ঘোষণা কৰা...
ছয় জনগোষ্ঠী জনজাতি।কৰণৰ দাবীত সোণাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদী বাইক ৰেলী কাৰ্য্যসূচী ৰূপায়ণ।
সোণাৰীত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ছয় জনগোষ্ঠী জনজাতি কৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত প্ৰতিবাদী...
Mahuva ગામ માં ગટર ના ગંદા પાણી અને ગંદકી વચ્ચે જીવતા તલગાજરડા નગર વાસીઓ
Mahuva ગામ માં ગટર ના ગંદા પાણી અને ગંદકી વચ્ચે જીવતા તલગાજરડા નગર વાસીઓ