আজি নলবাৰী সদৰ থানাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে বিজেপি যুৱ মৰ্চাই এজাহাৰ দাখিল কৰে৷উল্লেখ্য যে অলপতে সভাপতি গৰাকীয়ে লাভ জেহাদ সম্পৰ্কে বিতৰ্কিত মন্তব্য দি সংগঠনটোৰ ৰোখত পৰিছিল৷আজি বৰাৰ বিৰুদ্ধে এজাহাৰ দিয়াৰ পিচতে যুৱমৰ্চাৰ দলটিয়ে কয় যে এটা দলক নেতৃত্ব দিয়া ব্যক্তি এজনে ভগবান শ্ৰীকৃষ্ণকো অপমান কৰিছে৷এইটো সমগ্ৰ অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা৷ইতিমধ্যে আজি ভূপেন বৰাই নামঘাত ঘোষা গাই নিজৰ অপৰাধৰ ক্ষমা খোজা দেখা গৈছে৷জানিব পৰামতে আজি বৰাৰ বিতৰ্কিত মন্তব্যৰ বাবে ৰাজ্যৰ বিভিন্ন দল সংগঠনে কটু সমালোচনা কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किरोड़ी बोले- गहलोत राज में 3500 करोड़ के घोटाले हुए:प्रधानमंत्री और मुख्यमंत्री से भी ज्यादा टीए-डीए उठा रहे अधिकारी
मंत्री डॉ. किरोड़ीलाल मीणा ने गृह राज्य मंत्री जवाहर सिंह बेढम को सूचना प्रौद्योगिकी और संचार...
চিলাপথাৰত দুই প্ৰয়াত ছাত্ৰ নেতালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এজেৱাইচিপিৰ
চিলাপথাৰত দুই প্ৰয়াত ছাত্ৰ নেতালৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এ জে ৱাই চি পি ৰ
অসম জাতীয়তাবাদী যুৱ...
रॉकेट बने इस हेल्थकेयर कंपनी के शेयर, मई में निवेशकों को हुआ बंपर मुनाफा
नई दिल्ली, बिजनेस डेस्क। Max Healthcare Institute Stock: भारत में सबसे बड़ी निजी...