চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমীপৰ খুমটাই তিনিআলিত ৱাৰিৱৰ্চৰ এটি বস্ত্ৰ বেংক আৰম্ভ কৰা হয়। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত বস্ত্ৰ বেংকৰ প্ৰায় ১০০ বস্ত্ৰ বেংক খোলাৰ ৱাৰিৱৰ্চৰ এই যাত্ৰা অব্যাহত আছে। সেই উদ্দেশ্যে স্থাপিত বস্ত্ৰ বেংকৰ খুমটাই তিনিআলিৰ শাখাটিৰ বন্তি প্ৰজ্বলনেৰে ফিটা কাটি শুভাৰম্ভ কৰে বৰডবা চুতীয়া গাৱঁৰ নৱৈঊৰ্ধ্বৰ মহিলা লীলাৱতী গগৈয়ে। ৱাৰিৱৰ্চৰ চৰাইদেউ জিলাৰ মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদিকা আয়ত্ৰী ফুকন মহন, ৱাৰিৱৰ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ বিত্ত সম্পাদিকা সুলেখা চুতীয়া শৰ্মাৰ বিশেষ উদ্যোগত স্থাপিত এই বস্ত্ৰ বেংকৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৱাৰিৱৰ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি মুকুল সোণোৱাল,ৱাৰিৱৰ্চৰ চৰাইদেউ জিলাৰ সদস্য তথা শিক্ষক জ্ঞানেন্দ্ৰ চুতীয়া, শিক্ষয়িত্ৰী তথা সমাজসেৱিকা তুতুমণি বৰুৱা গগৈ আৰু সন্ধ্যাৰাণী গগৈ, স্থানীয় উদ্যোগী মহিলা ক্ৰমে নিৰুপমা গগৈ, গুণদা গগৈ, মালৱিকা গগৈ, প্ৰজ্ঞালক্ষী গগৈ উপস্থিত থাকে। এই বস্ত্ৰ বেংকত ৰাইজে নিজৰ পুৰণি ভাল কাপোবোৰ ইচ্ছা অনুসৰি জমা দিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CWG2022: શિવ અને શ્રીહરિ નટરાજની જીત સાથે, ભારતની શરૂઆત, મહિલા હોકી, બેડમિન્ટન અને TTમાં પણ એક શાનદાર વિજેતા અભિયાન
કોમનવેલ્થ ગેમ્સ 2022 બર્મિંગહામમાં ભારતે પ્રથમ દિવસે જીત સાથે શરૂઆત કરી છે. ટેબલ ટેનિસમાં ભારતીય...
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
Harshada Sawant के साथ आज के Trading सत्र में जानें क्या है राय | Morning Call | Business News
आरएसी चौकी से अजगर का युधिष्ठिर मीणा ने किया रेस्क्यू
बूंदी । उपवन संरक्षक रामगढ़ विषधारी टाइगर रिजर्व बूंदी संजीव शर्मा के निर्देश पर...
नियमका पालन करे, नियमका उलंघन ना करे ना किसीको करने दे,लापरवाही ना करे, हादसा आपके साथ भी हो सकता है ग्रह किस्मत हर बार साथ नही देते...! 🙏
नियमका पालन करे, नियमका उलंघन ना करे ना किसीको करने दे,लापरवाही ना करे, हादसा आपके साथ भी हो सकता है