চৰাইদেউ জিলাৰ মৰাণ নগৰৰ সমীপৰ খুমটাই তিনিআলিত ৱাৰিৱৰ্চৰ এটি বস্ত্ৰ বেংক আৰম্ভ কৰা হয়। ইতিমধ্যে অসমৰ বিভিন্ন জিলাত বস্ত্ৰ বেংকৰ প্ৰায় ১০০ বস্ত্ৰ বেংক খোলাৰ ৱাৰিৱৰ্চৰ এই যাত্ৰা অব্যাহত আছে। সেই উদ্দেশ্যে স্থাপিত বস্ত্ৰ বেংকৰ খুমটাই তিনিআলিৰ শাখাটিৰ বন্তি প্ৰজ্বলনেৰে ফিটা কাটি শুভাৰম্ভ কৰে বৰডবা চুতীয়া গাৱঁৰ নৱৈঊৰ্ধ্বৰ মহিলা লীলাৱতী গগৈয়ে। ৱাৰিৱৰ্চৰ চৰাইদেউ জিলাৰ মাহমৰা আঞ্চলিক সমিতিৰ সম্পাদিকা আয়ত্ৰী ফুকন মহন, ৱাৰিৱৰ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ বিত্ত সম্পাদিকা সুলেখা চুতীয়া শৰ্মাৰ বিশেষ উদ্যোগত স্থাপিত এই বস্ত্ৰ বেংকৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৱাৰিৱৰ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ সভাপতি মুকুল সোণোৱাল,ৱাৰিৱৰ্চৰ চৰাইদেউ জিলাৰ সদস্য তথা শিক্ষক জ্ঞানেন্দ্ৰ চুতীয়া, শিক্ষয়িত্ৰী তথা সমাজসেৱিকা তুতুমণি বৰুৱা গগৈ আৰু সন্ধ্যাৰাণী গগৈ, স্থানীয় উদ্যোগী মহিলা ক্ৰমে নিৰুপমা গগৈ, গুণদা গগৈ, মালৱিকা গগৈ, প্ৰজ্ঞালক্ষী গগৈ উপস্থিত থাকে। এই বস্ত্ৰ বেংকত ৰাইজে নিজৰ পুৰণি ভাল কাপোবোৰ ইচ্ছা অনুসৰি জমা দিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दीपावली पर्व को लेकर बालोतरा नगर के सड़कों का शीघ्र मरम्मत कार्य करवाए नगर परिषद : बांठिया
बालोतरा जन चेतना समिति संयोजक ओम प्रकाश बांठिया ने नगर परिषद से अनुरोध किया है कि दीपावली पर्व को...
Morbi bridge collapse : મોરબી દુર્ઘટનામાં હજુ સુધી કોઈ તપાસ નહીં, જુઓ વીડિયો
Morbi bridge collapse : મોરબી દુર્ઘટનામાં હજુ સુધી કોઈ તપાસ નહીં, જુઓ વીડિયો
नए iPhones की कीमतों को कम करने के बजाय पुराने मॉडल्स पर भारी छूट देता है Apple, जानें ऐसा क्यों कर रही कंपनी
Apple ने 12 सितंबर को अपनी लेटेस्ट आईफोन सीरीज यानी iPhone 15 को लॉन्च कर दिया है। इस सीरीज में 4...
Breaking News: Loksabha में BJP ने की Mahua Moitra की सदस्यता रद्द करने की सिफारिश | Aaj Tak News
Breaking News: Loksabha में BJP ने की Mahua Moitra की सदस्यता रद्द करने की सिफारिश | Aaj Tak News